অসম লাইভ ২৪ঃ এখন ব্যতিক্ৰমী তথা আশ্বয্যকৰ বিবাহ৷ গোৱালিয়ৰত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত সংঘটিত হৈছে এই আচৰিত ঘটনাটো৷ বিবাহথলীত কইনাৰ গ্ৰেণ্ড এণ্ট্ৰিৰ সময়তে ঘটিল অথন্তৰ৷ বিবাহৰ থীম আছিল- পৰীৰ সাজত কইনাৰ পেৰাগ্লাইডিং এন্ট্ৰি আৰু কয়লাৰ খনিত ব্যস্ত শ্ৰমিক দৰাৰ সৈতে ধৰাৰ বুকুলৈ অহা কৰা সৰগৰ পৰীৰ বিবাহ৷
কিন্তু সকলো প্লেনিঙত খেলি-মেলি লগাই অন্য এখন বিবাহ অনুষ্ঠানত কৰিলে পেৰাগ্লাইডিং এন্ট্ৰি৷ যাৰ বাবে প্ৰেমিকৰ পৰিৱৰ্তে অন্য দৰাৰ সৈতে বিবাহ সম্পন্ন হয় কইনাৰ৷ এই ঘটনাই চৰ্চা লাভ কৰিছে গোৱালিয়ৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ