• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

1 year ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

23 minutes ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

1 hour ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

2 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

3 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

4 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

5 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

6 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

7 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

7 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

9 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

editor by editor
April 26, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই কিশোৰ, মেট্ৰিক উত্তীৰ্ণ হৈছিল হে

ৰাজ্যত দুই ফুল কুমলীয়া কিশোৰৰ সৈতে শোকাৱহ ঘটনা । অকালতে শেষ হ’ল অমিত চৌধুৰী আৰু কাৰ্তিক তালুকদাৰ নামৰ দুই কিশোৰৰ জীৱন।

বৰপেটাৰ বহৰিত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। দুই পুত্ৰ সন্তানক হেৰুৱাই দুই পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ।

বহৰি চৌধুৰীপাৰাৰ অমিত চৌধুৰী আৰু মণ্ডলপাৰাৰ কাৰ্তিক তালুকদাৰ । আজি দুপৰীয়া একেলগে ব্ৰহ্মপুত্ৰত গা ধুবলৈ বুলি গৈছিল দুয়ো কিশোৰ।

গা ধুৱলৈ যাওতেই ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গ’ল দুয়ো কিশোৰ। মেট্ৰিক পৰীক্ষাত কৃৰ্তিত্বৰে উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীৰ ক্লাছ কৰা নহ’ল অমিত চৌধুৰীৰ। আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক তালুকদাৰো নোহোৱা হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত।

অমিতে কেৰেলাত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি বৃহস্পতিবাৰে বহৰিৰ নিজা ঘৰলৈ উভতি আহিছিল। কিন্তু অকালতে নুমাই পৰে দুয়ো কিশোৰৰ জীৱনদীপ।

ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই ছাত্ৰৰ সন্ধানৰ বাবে SDRFৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈছে যদিও বৰপেটাৰ পৰা ডুবাৰু অহাৰ পিচতহে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুয়ো কিশোৰৰ সন্ধান এতিয়াও অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambarpetaBohoribrahmaputra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
Next Post
নষ্ট্ৰাডামুছৰ তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হ’ব নেকি? ভাৰত-পাকিস্তানৰ মাজত হ’ব নেকি এই যুদ্ধ

নষ্ট্ৰাডামুছৰ তৃতীয় বিশ্বযুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হ’ব নেকি? ভাৰত-পাকিস্তানৰ মাজত হ'ব নেকি এই যুদ্ধ

কাইলৈ ৩ ৰাশিৰ বৃহৎ লোকচানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা, গোটেই দিন অশান্তি

কাইলৈ ৩ ৰাশিৰ বৃহৎ লোকচানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা, গোটেই দিন অশান্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.