• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 

জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 

4 years ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

15 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

39 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 

editor by editor
February 15, 2022
in গুৱাহাটী, বিবিধ, ভাৰত
0
জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি, অভিভাৱকৰ ভুলৰ বাবেই প্ৰাণ গ’ল দুবছৰীয়া কনমানিৰ 
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰখনত জন্মদিনৰ বিশাল আয়োজন৷ পিতৃ-মাতৃ ব্যস্ত অতিথি আপ্যায়নত৷ একমাত্ৰ কন্যাৰ দুবছৰীয়া উদযাপনৰ বিশাল আয়োজন৷ কিন্তু মূহুৰ্ততেই সকলো থানবান কৰি দিলে এটা খবৰে৷ জন্মদিন উদযাপনৰ মৰ্মান্তিক পৰিণতি শিশুকন্যাৰ৷ জন্মদিনৰ দিনাই শোকাৱহভাৱে মৃত্যু হয় সন্তানটিৰ৷ এখন চকীত বহি খেলি আছিল শিশুটিয়ে৷ খেলি থকাৰ মাজতে চকীৰ পৰা সৰি পৰে কাষতে থকা গৰম খাদ্যৰ কেৰাহীত৷ এনে পৰিস্থিতিত সম্বিৎ হেৰুৱাই পেলায় তেওঁৰ পিতৃ-মাতৃ তথা অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী অতিথিয়ে৷

শিশুটিক উদ্ধাৰ কৰি তাততৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও শৰীৰৰ ৯০ শতাংশ জ্বলি উঠে শিশুটিৰ৷ সোমবাৰে মৃত্যু হয় কনমানিটিৰ৷ এই মাৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ কালাগড় অঞ্চলত৷ অশেষ চেষ্টা কৰিও সিশুটিক জীৱিত ৰখাত অসমৰ্থ হয় শিশুটেৰ পিতৃ-মাতৃ তথা চিকিৎসক৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে৷ কি দৰে খেলি থকা অৱস্থাত শিশুটি খাদ্যৰ কেৰাহীত পৰিল তাক লৈ আৰম্ভ কৰিছে তদন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidental deathandhra pradesh incidentasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী

মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী

সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.