• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

5 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

3 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

4 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

5 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

5 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

5 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

6 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

6 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

7 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

9 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

9 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

10 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

editor by editor
February 15, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ ভাটি বেলাত ইটোৰ পিছত সিটো সংকটে লগ নেৰা হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰধান লালু প্ৰসাদ যাদৱৰ৷ পূৰ্বৰ চাৰিটা গোচৰৰ দৰেই পশু খাদ্য কেলেংকাৰিৰ পঞ্চমটো কেলেংকাৰিৰ গোচৰটো দোষী সাব্যস্ত হৈছে লালু প্ৰসাদ যাদৱ৷

 

মংগলবাৰে ৰাঁচিৰ চিবিআইৰ এখন বিশেষ আদালতে আৰ জে দিৰ প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱসহ অন্য ৭৪ গৰাকীক দোষী সাব্যস্ত কৰিছে৷

 

উল্লেখ্য যে বিচাৰধীন পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰত ১৭০ গৰাকী অভিযুক্তৰ নাম আছিল আৰু ইয়াৰে ৫৫ গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু সাতজনে ৰাজসাক্ষী হ’বলৈ সন্মত হয়৷

 

পশুখাদ্যৰ কেলেংকাৰিৰ পঞ্চম গোচৰটোৰ মতে দ’ৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা পশুখাদ্যৰ নামত কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ তদানীন্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ উক্ত বিত্তীয় কেলেংকাৰিত জড়িত থকাৰ মূল অভিযুক্ত হিচাপে অভিযোগ অনা হৈছিল৷

 

যোৱা ২৯ জানুৱাৰিত ৰাঁচিৰ চিবিআইৰ বিশেষ আদালতে দুয়োপক্ষৰ যুক্তি শুনিলেও গোচৰটোৰ ৰায় প্ৰদান কৰা নাছিল৷ মংগলবাৰে আদালতৰ বিচাৰপতি শশীয়ে গোচৰটোৰ ৰায় প্ৰদান কৰি লালু প্ৰসাদ যাদৱসহ অন্য ৭৪ লোকক কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে৷

 

স্মৰ্তব্য যে লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বিহাৰত পশুখাদ্যৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ উক্ত কেলেংকাৰিৰ বিৰুদ্ধে মুঠ পাঁচটা গোচৰ ৰুজু কৰা হৈছিল৷

 

মুঠ ৯৫০ কোটি টকাৰ বিহাৰৰ পশুখাদ্য কেলেংকাৰিৰ পূৰ্বৰ কে’বাটাও গোচৰত দোষী সাব্যস্ত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে কাৰাবাস খাটি আছিল যদিও কিছু মাহৰ পূৰ্বে জামিন লাভ কৰি কাৰামুক্ত হৈছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBihar Fodder Scamfodder scamLalu Prashad Yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
মনোনয়নপত্ৰ দাখিল পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ, সোণাৰিত উখল-মাখল পৰিবেশ

মনোনয়নপত্ৰ দাখিল পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ, সোণাৰিত উখল-মাখল পৰিবেশ

মদ্যপানৰ সময়ত ভুলতো এইকেইটা বস্তু নাখাব…

মদ্যপানৰ সময়ত ভুলতো এইকেইটা বস্তু নাখাব…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.