• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী

মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী

4 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

23 minutes ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

57 minutes ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

2 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

2 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

4 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

5 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

5 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

7 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

8 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী

editor by editor
February 15, 2022
in অপৰাধ, অসম, ভাৰত
0
মেট্ৰিমনিয়েল চাইটৰ মহিমা! সাতৰাজ্যৰ ১৪ গৰাকী পত্নীক বিয়া কৰাই গ্ৰেপ্তাৰ স্বামী
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেট্ৰিমনিয়েল ৱেবচাইটৰ মহিমাৰ বলত এজন ব্যক্তিয়ে দেশৰ সাত ৰাজ্যৰ পৰা ১৪ গৰাকী পত্নীক বিয়া কৰাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে৷

গ্ৰেপ্তাৰ হোৱা এই ব্যক্তি গৰাকী হৈছে ওড়িশাৰ কেন্দ্ৰপাৰা জিলাৰ পাটকুৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বিধু প্ৰকাশ শ্বাৱেইন ওৰফে ৰমেশ শ্বাৱেইন৷

সোমবাৰে ভুৱনেশ্বৰৰ আৰক্ষী উপ আয়ুক্ত উমশংকৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ১৯৮২ চনত অভিযুক্ত ব্যক্তিজনে প্ৰথমবাৰ বিবাহপাশত আৱদ্ধ হৈছিল৷ ইয়াৰ পিছতে ২০০২ চনত প্ৰথমা পত্নীৰ অজ্ঞাতে তেওঁ দ্বিতীয় বিবাহ কৰোৱায়৷ এই দুই পত্নীৰ ফালৰ পৰা তেওঁৰ পাঁচগৰাকী সন্তানৰ পিতৃ৷

ইয়াৰ পিছতে অভিযুক্ত ব্যক্তিজনে তেওঁৰ বিবাহ কৰোৱাৰ মাৰাথন দৌৰ আৰম্ভ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২০০২ চনৰ পৰা ২০২০ চনৰ ভিতৰত লোকজনে আন পত্নীসকলক অজ্ঞাতে ৰাখি অন্য ১২ গৰাকী পত্নীক বিবাহ কৰোৱায়৷

দিল্লীৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱতমা পত্নীৰ সৈতে অভিযুক্ত লোকজনে ওড়িশাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰ বসবাস কৰি আছিল৷ তেতিয়াই তেওঁৰ নৱতমা পত্নীয়ে স্বামীৰ পূৰ্বৰ বিবাহসমূহৰ বিষয়ে অৱগত হয় আৰু আৰক্ষীৰ থানাত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷

অভিযোগ লাভ কৰিয়ে আৰক্ষীয়ে লোকজনক ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে লোকজনে মেট্ৰিমনিয়েল ৱেবচাইটত উচ্চ শিক্ষিতা মধ্যবয়সীয়া মহিলাৰ সৈতে যোগাযোগ কৰি নিজৰ জালত পেলাই বিবাহপাশত আৱদ্ধ হৈ অহাৰ তথ্য পোহৰলৈ আহে৷

নিজকে চিকিৎসক আৰু অধিবক্তাৰ পৰিচয়েৰে মেট্ৰিমনিয়েল চাইটৰ জৰিয়তে লোকজনে মধ্যবয়সীয়া বিবাহ বিচ্ছেদিত মহিলাসকলক লক্ষ্য কৰি লৈছিল৷ বিবাহপাশত আৱদ্ধ হৈ পূৰ্বৰ পত্নীসকলৰ পৰা ধন সৰকাই তেওঁলোকক ত্যাগ কৰি লোকজনে পুনৰ মেট্ৰিমনিয়েল চাইটত অন্য মহিলাৰ সন্ধানত নামি পৰে৷ এইদৰেই অভিযুক্ত লোকজনে যোৱা ২০০২ চনৰ পৰা ২০২০ চনৰ ভিতৰত ১২ গৰাকী পত্নীক বিয়া কৰোৱাইছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত লোকজনে বিয়া কৰোৱা প্ৰথম দুগৰাকী পত্নীৰ ওড়িশাৰ হোৱাৰ পৰিৱৰ্তে অন্য ১২ গৰাকীৰ পত্নী হৈছে ক্ৰমে দিল্লী, পঞ্জাৱ, অসম, ঝাৰখণ্ড আদি ৰাজ্যৰ৷

অভিযুক্ত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা পত্নীগৰাকীক ২০১৮ চনত দিল্লীত বিয়া কৰোৱাইছিল আৰু ইয়াৰ পিছতে ভুৱনেশ্বৰলৈ লৈ আনিছিল৷ পত্নীগৰাকীয়ে অভিযুক্ত লোকজনৰ পূৰ্বৰ বিবাহসমূহৰ বিষয়ে অৱগত হৈ যোৱা বৰ্ষৰ জুলাইৰ মাহতে আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিছিল৷ ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি লোকজনক গ্ৰেপ্তাৰ কৰে৷

ডিচিপি উমাশংকৰ দাসে জনোৱা অনুসৰি ইয়াৰ পূৰ্বে লোকজনক ঋণ জালিয়াতি আৰু যুৱকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত হায়দৰাবাদ আৰু ইৰ্ণাকুলাম আৰক্ষীয়েও দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল৷

ভুৱনেশ্বৰ আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত ১১ খন এটিএম কাৰ্ড, ৪ খন আধাৰ কাৰ্ডসহ অন্যান্য বহু ভুৱা নথিপত্ৰও উদ্ধাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBhubaneswar policematrimonal websites
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

সংকটত লালুৰ জীৱন! পশুখাদ্য কেলেংকাৰিৰ পঞ্চমটো গোচৰটো দোষী সাব্যস্ত

মনোনয়নপত্ৰ দাখিল পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ, সোণাৰিত উখল-মাখল পৰিবেশ

মনোনয়নপত্ৰ দাখিল পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ, সোণাৰিত উখল-মাখল পৰিবেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.