• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

editor by editor
March 24, 2024
in বিশ্ব
0
এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

এটা দুটা নহয়, একেবাৰে হাজাৰৰ ঘৰত ভূমিকম্প। তাকো মাত্ৰ এটা দিনতে ২০০০ টা ভূমিকম্প। কানাডা চহৰত অনুভুত হৈছে এই ভূমিকম্প। যাৰ ফলত এতিয়া গভীৰ চিন্তাত পৰিছে কানাডাৰ জনসাধাৰণ।

অৱশ্যে এই ২০০০ টা ভূমিকম্পৰ এটাও গুৰুতৰ নহয়। কেউটা ভূমিকম্পই মৃদু জোকাৰণি। ইয়াৰ ফলত কোনে লোক আহত হোৱা নাই। কিন্তু তথাপি চিন্তাত কানাডাবাসী।

বিজ্ঞানীসকলে বিশ্বাস কৰিছে যে, এই কম্পনবোৰৰ ফলত সাগৰৰ গভীৰত মেগনেটিক বিচ্ছেদন হৈ নতুন তৰপ সৃষ্টিৰ এক ইংগিত। যদিহে এই কথা সত্য হয় ,তেন্তে কোনো চিন্তাৰ কাৰণ নাই।

ভু-বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি ভূমিকম্পবোৰৰ তীব্ৰতা সামান্য, যাৰ কেন্দ্ৰবিন্দু ভেংকুৱাৰ দ্বীপৰ উপকূলৰ পৰা প্ৰায় ১৫০ মাইল (২৪০ কিলোমিটাৰ) দূৰত্বত থকা এণ্ডেভাৰ চাইট নামৰ ঠাইত।

এই অভিকেন্দ্ৰ স্থানত কেইবাটাও হাইড্ৰ’থাৰ্মেল ভেণ্ট আছে আৰু ই জুয়ান ডি ফুকা ৰিজত আছে। লগতে ইয়াত সমুদ্ৰপৃষ্ঠ বহু দূৰলৈকে বিস্তৃত।

এই সকলোবোৰৰ বিপৰীতে আন এগৰাকী বৈজ্ঞানিকে সদৰি কৰা অনুসৰি, এয়া আহিবলগা এক ডাঙৰ ভুমিকম্পৰ আগজাননি। প্লেটটেক্টনিকৰ বাবে এনেদৰে হাজাৰৰ ঘৰত ভূমিকম্প আহিছে।

এনে ঘটনাক্ৰম ২০ বছৰৰ চক্ৰত হয়। ইয়াৰ পূৰ্বে ২০০৫ চনতো এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেইবাৰ অৱশ্যে পাছলৈ কোনো ডাঙৰ ভুমিকম্প নাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CanadaearthquakePlate tectonics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

September 5, 2026
Next Post
ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !

ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !

‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

'মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে'- মন্ত্ৰী পিযূষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.