• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 

অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 

2 years ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

19 minutes ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

38 minutes ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 hour ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

4 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

19 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

20 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 

editor by editor
May 27, 2024
in বিবিধ, ভাৰত
0
অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 
0
SHARES
936
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

পুৱা শুই উঠি কামলৈ যাব সকলো , তাতে বতৰো বেয়া, সেয়ে সোনকালে খাই বৈ শুইছে সকলো। পাছে সেই শুৱা ই আৰু কোনোদিনে উঠা নহল গাঁওখনৰ এজনো লোকৰ। গভীৰ নিদ্ৰাত থাকোতেই প্ৰাণ হেৰুৱালে ২০০০ লোকে। যি ঘটনাই এতিয়া বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে।

পাপুৱা নিউ গিনিত সংঘটিত হোৱা ভুমিস্খলনৰ ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে চাৰিওফালে। শুই থাকোতেই প্ৰাণ হেৰুাৱলে হাজাৰৰ হাজাৰ লোকে।

২৪ মে’ শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত আৰম্ভণিতে ২০ টা মৃতদেহ উদ্ধাৰ হোৱাই মৃতকৰ সংখ্যা কম হব বুলি আশা কৰা হৈছিল। পাছে যেতিয়া তথ্য পোহৰলৈ আহে যে, এই ভুমি স্খলনত এখন গাঁও সম্পূৰ্ণৰূপে মাটৰ তলত পোট খাই যায়।

সম্পূৰ্ণ গাঁও পোট খাই যোৱাৰ তথ্য লাভৰ পাছতে গভীৰ শংকাত ভুগিছিল প্ৰশাসন। তীব্ৰ গতিৰে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। পাছে আজি ২৭ তাৰিখ সোমবাৰলৈ কৰা উদ্ধাৰ অভিযানত সৰ্বমুঠ ২০০০ লোকৰ মৃতদেহ উদ্ধাৰ হয় বুলি প্ৰশাসনৰ ফালৰ পৰা তথ্য প্ৰকাশ।

আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে আন বহু লোক। জানিব পৰামতে, এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বে গাঁও খনত ৩৮০০ লোকে বাস কৰি আছিল। বহু লোকক জীৱন্তে উদ্ধাৰো কৰা হৈছে। এহাল দম্পতিক প্ৰকাণ্ড শিল এটা তলৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছিল। এতিয়াও কিছু লোকৰ চিঞৰ শুনা গৈ আছে বুলি উদ্ধাৰকাৰী দলে প্ৰকাশ কৰে।

অত্যধিক মাত্ৰাত হোৱা বৰষুণৰ ফলতে এই ভয়ংকৰ দুৰ্যোগ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সম্পূৰ্ণ এখন গাঁও এক বিশাল পাহাৰৰ পৰা খহি অহা মাটিৰ তলত পোত খাই যায়। যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: landslideNational Disaster CentrePapua New GuineaPapua New Guinea landslide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
Next Post
ন্যায়ালয়ৰ ভিতৰতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল, কোন দিশে গতি কৰিছে ঘটনাই !

ন্যায়ালয়ৰ ভিতৰতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল, কোন দিশে গতি কৰিছে ঘটনাই !

অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.