• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

2 years ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

33 minutes ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

58 minutes ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

1 hour ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

19 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

19 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

20 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

21 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

21 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

22 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

23 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

editor by editor
May 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী
0
অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়াৰ স্বভিমান গামোচা কেই প্ৰকাৰৰ আৰু কি কি জানেনে, পঢ়ক সবিশেষ

২০২২ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ভৌগোলিক সূচক তথা ডি আই টেগ লাভ কৰাৰ পাছতে গামোচাই এক অনন্য মাত্ৰা লাভ কৰে। বৰ্তমান সময় গামোচা অন্যতম জনপ্ৰিয় বস্ত্ৰ অসমৰ লগতে ভাৰততে। আজিকালি প্ৰায়ে অসমৰ বাহিৰৰ বহু লোককে গামোচা ডিঙিত লৈ থকা দেখা যায়।

অসমৰ সমাজ জীৱনত প্ৰায় বহু ক্ষেত্ৰতে গামোচাৰ ব্যৱহাৰ হয়। পুৱা গা ধোৱাৰ পৰা আৰম্ভ কৰি মন্দিৰত সেৱা কৰা, ফুৰিবলৈ যোৱা আদি সকলোতে ব্যৱহাৰ হয় । পাছে এই গামোচা কেৱ এবিধ দুবিধ নহয় কেইবাপ্ৰকাৰৰ হয়। ইয়াৰ ব্যৱহাৰো তেনেদৰে বিভিন্ন।

গামোচা মুঠ ৭ প্ৰকাৰৰ-

ফুলাম নাইবা বিহুৱান গামোচা- এই গামোচাবিধৰ এটা মুৰে ফুল থাকে, আনটো ফালে আছ তথা লাইন থকাৰ দৰে থাকে। সেই গামোছাহে প্ৰকৃততে লোকক সন্মান যাঁচিবৰ বাবে ব্যৱহাৰ কৰিব লাগে আদৰণি জনাবৰ বাবেও ব্যৱহাৰ কৰিব পাৰি , এক কথাত কবলৈ গলে বিহুৱান হিচাপে ব্যৱহাৰ হয়। চেনাইকো দিয়া হয়।

দৰা বৰণ নাইবা যোৰ গামোচা- এই গামোচাৰ দুয়াটো মুৰে ফুল থাকে। এই গামোচাৰে দৰাক আদৰা হয়। দৰাই দৰাৰ সাজত থকাৰ সময়ত সেই গামোচা ডিঙিত লৈ থাকে।

তিয়নি গামোচা – অসমৰ প্ৰত্যকখন ঘৰতে পোৱা যায় এই তিয়নি গামোচা। ইয়াক ঠাই ভেদে পানী গামোচা বুলিও কোৱা হয়।

তামোল গামোচা- এই গামোচা আকৃতিত একেবাৰে সৰু হয়। ইয়াক সাধাৰণতে তামোল খাই ভাল পোৱা অসময়াই তামোল বান্ধি ককাঁলত খুচনিত বান্ধি লয়।

গোঁসাই গামোচা- গোঁসাইৰ নামত বোৱা হয় এই গামোচা। ইয়াৰ গোটেই খনতে ফুল থাকিব পাৰে নাইবা ভগৱানৰ নামো লিখা থাকিব পাৰে। এই গামোচাও আকৃতিত সৰু হয়। গোঁসাই বিহুৰ দিনা এই গামোচা আগবঢ়োৱা হয় নেদেখাজনলৈ বুলি।

আনকাটা গামোচা – নামনি অসমৰ এবিধ গামোচা। অতি পবিত্ৰ বুলি বিশ্বাস থকা এই গামোচা এটা বাতিত এখনেই লগোৱা হয়। ইয়াক কটা নহয়। যাৰ বাবে ইয়াক আনাকটা বুলি কোৱা হয়। ইয়াৰ দুয়োটা মুৰ ওলাই থকা সুতা গাঁঠি দিয়া হয় বা দহি বটাৰ দৰে কৰে। ইয়াক সাধাৰণতে বিয়া আদিত ব্যৱহাৰ কৰা হয়। এই গামোচা বোৱাৰ বাবে দিন বাৰো চাই লোৱা হয় বুলি কয় মানুহে।

তেলছ গামোচা- এই গামোচাৰ গোটেই গা ঘৰ ঘৰ থকা হয়। ঘৰৰ মাজে মাজে বুটা বছাৰ দৰে সৰু ফুল থাকিব পাৰে। এইখনো নামনি অসমৰ গামোচা। দৰাই বিয়াত পৰিধান কৰে এই গামোচা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam GamosaAssam. Assam ClothGamosa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.