• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

1 year ago
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

3 hours ago
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

3 hours ago
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

4 hours ago
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

5 hours ago
ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

5 hours ago
নীতিশ কুমাৰৰ নিৰ্বাচন বিশেষ অফাৰ- চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণ

নীতিশ কুমাৰৰ নিৰ্বাচন বিশেষ অফাৰ- চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণ

6 hours ago
কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

7 hours ago
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

7 hours ago
হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

8 hours ago
এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

8 hours ago
মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

8 hours ago
জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

editor by editor
May 27, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব
0
আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ
0
SHARES
734
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

বিশ্ব বাসীক কৰ’ণা উপহাৰ দিয়া ৰঙা চীনে এইবাৰ আনি আছে অতিকে মাৰাত্মত আন এক ভাইৰাছ। এই নতুন ভাইৰাছ ইমানেই ভয়ংকৰ যে, মাথো তিনিদিনৰ ভিতৰেত প্ৰাণ কাঢ়িব এই ভাইৰাছে। চীনে এই নতুন ভয়ংকৰ ভাইৰাছ বিধ নিজে লেবত প্ৰস্তুত কৰি আছে।

চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে ইব’লাৰ কিছু অংশ ব্যৱহাৰ কৰি ভাইৰাছৰ নতুন ধৰণ প্ৰস্তুত কৰিছে। এই তথ্যই এতিয়া আশংকা বৃদ্ধি কৰিছে কাৰণ এই ৰোগ সৃষ্টিকাৰী জীৱাণুৱে তিনিদিনৰ ভিতৰতে সম্ভাৱনাময়ভাৱে মৃত্যু ঘটাব পাৰে। জিনীয়ভাৱে পৰিৱৰ্তিত এই নতুন ভাইৰাছবিধ এনে এটা ভিন্নতা বুলি প্ৰমাণিত হয় যিয়ে লেব হামষ্টাৰক সংস্পৰ্শলৈ অহাৰ মাত্ৰ তিনিদিনৰ ভিতৰতে প্ৰাণ কাঢ়িব বুলি কোৱা হৈছে।

সমগ্ৰ বিশ্বতে কোটিৰ ঘৰত লোকৰ মৃত্যু হোৱাৰ কৰাণ কৰ’ণা ভাইৰাছ (ক’ভিড-১৯) চীনৰ য়ুহানৰ লেবৰ পৰা ফাদিল হোৱা বুলি প্ৰচলিত হোৱাৰ পাছতে এইবাৰ একেই চীনৰ পৰা ষড়যন্ত্ৰমূলক তত্ত্বৰ মাজতে আহিছে আন এক নতুন ভাইৰাছৰ ভাবুকি।

শেহতীয়াকৈ বিজ্ঞান ডাইৰেক্টত প্ৰকাশিত এই অধ্যয়নত প্ৰকাশ পাইছে যে গৱেষকসকলে গৱেষণাগাৰত ইব’লা ভাইৰাছত পোৱা গ্লাইকোপ্ৰটিন ব্যৱহাৰ কৰিছে, যাৰ ফলত ভাইৰাছবিধে কোষক সংক্ৰমিত কৰি সমগ্ৰ মানৱ শৰীৰত বিয়পি পৰাৰ কাৰণ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinaChina Labcorona virusCovid VirusNew VirusNew Virus China
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা
জীৱনশৈলী

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

July 8, 2025
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ
জীৱনশৈলী

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

July 8, 2025
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত
ক্ৰীড়া

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

July 8, 2025
ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম
প্ৰযুক্তি

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

July 8, 2025
Next Post
কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.