• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

17 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

17 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

18 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

18 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

19 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

20 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

20 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

21 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

22 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

22 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

23 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

editor by editor
May 27, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই
0
SHARES
839
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

হলিউডৰ অভিনেতা জনী ভেক্টৰৰ অনুৰাগী সকললৈ শোকৰ খবৰ। ৰাজপথত জনসমাজৰ মাজত আততায়ীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অভিনেতা জনী ভেক্টৰৰ বয়স আছিল ৩৭ বছৰ।

শনিবাৰে (২৫ মে’) পুৱতিনিশা ৩ বজাত সংঘটিত হৈছে এই ঘটনা। ভেক্টৰৰ মাতৃয়ে নিশ্চিত কৰিলে পুত্ৰৰ মৃত্যু। যি খবৰৰ বাবে এতিয়া হলিউডত শোকৰ ছাঁ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই গোচৰত এতিয়ালৈকে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

জনী ভেক্টৰ ‘জেনেৰেল হস্পিতাল’, ‘এনচিআইএছ’, ‘দ্য অ’এ’, ‘ৱেষ্টৱৰ্ল্ড’, ‘দ্য পেচেঞ্জাৰ’, ‘ষ্টেচন ১৯’, ‘বাৰ্বি ৰিহাব’, ‘চাইবেৰিয়া’, ‘এজেণ্ট এক্স’, ‘ ভ্যান্টাষ্টিক’, ‘এনিমেল কিংডম’, ‘হলিউড গাৰ্ল’, ‘ট্ৰেইনিং ডে’ আৰু ‘ক্ৰিমিনেল মাইণ্ডছ’ৰ দৰে অনুষ্ঠানৰ বাবে তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয় আছিল।

জনীৰ হত্যাৰ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কেইটামান চোৰে জনীৰ বাহনৰ পৰা কোনো সামগ্ৰী চোৰ কৰিবলৈ আহিছিল। সেই সময়তে বাহনৰ কাষলৈ আহি উপস্থিত হয় জনী, আৰু চোৰ কৰাত বাধা আৰোপ কৰাত চোৰৰ সৈতে হতাহতি হয়। চোৰে শেষত গুলি কৰি দিয়ে। যাৰ ফলত থিতাতে মৃত্যু হয় জনীৰ।

আৰক্ষী ভাষ্য অনুসৰি শনিবাৰে পুৱা ৩ বজাত এই ঘটনা সংঘটিত হয়। এই কাণ্ড সংঘটিত হৈছে পিটিত য’ত ৩ জন লোকে ভেক্টৰক হত্যা কৰিছিল। প্ৰতিবেদন অনুসৰি চোৰে তেওঁৰ গাড়ীৰ পৰা কেটালাইটিক কনভাৰ্টাৰটো চুৰি কৰিবলৈ চেষ্টা চলাইছিল। ঠিক তেতিয়াই জনী তাত উপস্থিত হয়। তেতিয়াই চোৰে তেওঁক গুলীয়াই হত্যা কৰে। গুলীচালনাৰ পিছত তিনিওজন ব্যক্তিয়ে সেই স্থানৰ পৰা পলায়ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Johnny WactorHollywoodHollywood actorJohnny WactorJohnny Wactor actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
Next Post
বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য...

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.