• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

4 minutes ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

50 minutes ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

1 hour ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

2 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

3 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

3 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

4 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

21 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

21 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

22 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

23 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

editor by editor
May 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেমালৰ সৰ্বানাশী ৰূপ, কালি নিশাৰে পৰা ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা, বহু ঠাইত ব্যাহত জনজীৱন

পশ্চিমবংগৰ পাছতে অসমতো কালি নিশাৰে পৰা প্ৰচণ্ড ধুমুহা বৰষুণ। পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে যোৱাৰ সম্ভৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে। চৰকাৰেও সতৰ্কতা জাৰি কৰিছে ৰেমাল ঘূৰ্ণী সন্দৰ্ভত।

পুৱাও গুৱাহাটী মহনগৰীৰৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি কৰে ৰেমালে, অসমৰ অন্য ঠাইত ইয়াৰ অধিক প্ৰভাৱ দেখিবলৈ পোৱা যায়। বহু কেইখন জিলাত এই ৰেমালে তাণ্ডৱ চলাই।

বাঢ়নি পানীত ধ্বংস শিলচৰ-হাফলং সংযোগী পথ। নেৰানেপেৰা ধুমুহা বৰষুণত ৰাজ্যত ভয়ংকৰ পৰিস্থিতি। ক্ৰমাৎ লুইতৰ লগতে ভিন্ন নদ নদীৰ জলস্তৰ বৃদ্ধি । অনাগত ৪৮ ঘন্টাত পৰিস্থিতি অতি ভয়াৱহ হোৱাৰ আশংকা।

১০০ কিঃমিঃ প্ৰতিঘন্টাত গতিবেগত ৰেমালে চলাইছে উপদ্ৰৱ। ৰেমালৰ বাবে প্ৰশাসনৰ তৰফৰ পৰাও দিয়া হৈছে বহু কেইটা উপদেশ। সকলো চৰকাৰী সংস্থা তথা বিভাগক সতৰ্ক থাকিবলৈ উপদেশ।

জনসাধাৰণৰ সুবিধাৰ বাবে প্ৰতিখন গাঁও প্ৰধান, আপেডা মিত্ৰা, স্বেচ্ছাসেৱক সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান। প্ৰতিখন জিলাৰ ৰাজহ চক্ৰ বিষয়াক সাহায্য শিবিৰ গঠন কৰিবলৈও দিয়া হৈছে নিৰ্দেশনা।

ৰেমালৰ বাবে ৰাজ্যৰ বহু শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ ফালৰ পৰা বন্ধৰ নিৰ্দেশনা। মহানগৰীৰ বিদ্যালয় স্থগিত কৰাৰো আহি পৰিছে সম্ভাৱনা।

ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা, ইণ্টাৰনেট সেৱা। নাই মোবাইল নেটৱৰ্ক। বন্ধ বিদ্যালয়। ঠায়ে ঠায়ে বাগৰিছে প্ৰকাণ্ড গছ।

মুখ্যমন্ত্ৰীয়েও সতৰ্কতা জাৰি কৰিছে ৰেমাল সন্দৰ্ভত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatiRemalremal Cyclone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ'ল ১০ গৰাকী লোকৰ

টাইটান ট্ৰেজেডীৰ ১১ মাহৰ পিছত যাত্ৰা নিৰাপদ বুলি প্ৰমাণ কৰিবলৈ টাইটানিক চাইটলৈ যাব আমেৰিকাৰ বিলিয়নাৰ

টাইটান ট্ৰেজেডীৰ ১১ মাহৰ পিছত যাত্ৰা নিৰাপদ বুলি প্ৰমাণ কৰিবলৈ টাইটানিক চাইটলৈ যাব আমেৰিকাৰ বিলিয়নাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.