• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন

নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন

1 year ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

51 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

3 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

3 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

4 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

4 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

6 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

6 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

24 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন

editor by editor
January 1, 2025
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন

আজি ২০২৫ চনৰ পহিলা জানুৱাৰী। আজিৰে পৰা সালসলনি হৈ পৰিব বহু কেইটা দিশ। পৰিবৰ্তন আনিব সাধাৰণ জনতাৰ দৈনন্দিন কামত। সুবিধা আৰু অসুবিধাৰে পৰিৱৰ্তন থাকিব কেইবাটাও দিশত।

নতুন বছৰৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ দাম।
নতুন বছৰৰ শুভেচ্ছা হিচাপে IOCLএ হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দাম।
প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম ১৪.৫০-১৬ টকালৈ হ্ৰাস।
দেশজুৰি ১৪.৫০-১৬ টকালৈ হ্ৰাস বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম।
অৱশ্যে এয়া ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰত নহয়, বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে মূল্য হ্ৰাস।  প্ৰতিখন জিলাত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসৰ সিদ্ধান্ত।
দাম হ্ৰাসৰ পাছত গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰ নতুন দাম ২০১৭ টকা।

আনহাতে আজিৰে পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব নতুন আঁচনিৰ সুবিধা।
লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচনকাৰ্ড
অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে লাভ কৰিব ধন
আজিৰে পৰা আৰম্ভ অন্ন সেৱা সপ্তাহ
শীঘ্ৰেই সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী
ৰেচনকাৰ্ড থাকিলেই পাব প্ৰতিমাহে ১২৫০ টকা
ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব সকলো আঁচনিৰ সুবিধা
প্ৰয়োজন নাই কোনো অইন নথিৰ
নালাগে আয়ৰ প্ৰমান পত্ৰ, গাঁও বুঢ়াৰ পৰা আনিব নালাগে প্ৰমান পত্ৰ
অৰুণোদয়ৰ বাবে কেৱল ৰেচনকাৰ্ডেই যথেষ্ট
ৰেচনকাৰ্ড থাকিলে কলেজত লাভ কৰিব বিনামূলীয়া নামভৰ্তি
ৰেচনকাৰ্ডত দাইল আৰু চেনিও লাভ কৰিব
বজাৰতকৈ কম দামত লাভ কৰিব দাইল আৰু চেনি
অৰুণোদয়ৰ ধনো ৰেচন কাৰ্ড থকা সকলোৱে লাভ কৰিব
এতিয়াৰে পৰা ৰেচন কাৰ্ডেই হ’ব মুখ্য প্ৰমাণপত্ৰ
ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁওবুঢ়াৰ বা মৌজাদাৰৰ প্ৰমাণ পত্ৰৰ
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাটাও সুবিধা
অৰুণোদয় আঁচনিৰ ধন পাবলৈও হাতত লাগিব ৰেচন কাৰ্ডখন
মুখ্যমন্ত্ৰীৰ নতুন ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Major Changesnew day 1 januaryNew yearNew Year 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
নতুন বছৰৰ পুৱাই দেশৰ এই ঠাইত ভূমিকম্প, ২৪ বছৰ পূৰ্বে অহা এনে ভূমিকম্পতেই ধ্বংস হৈছিল চহৰখন

নতুন বছৰৰ পুৱাই দেশৰ এই ঠাইত ভূমিকম্প, ২৪ বছৰ পূৰ্বে অহা এনে ভূমিকম্পতেই ধ্বংস হৈছিল চহৰখন

নতুন বছৰৰ পহিলা দিনটোতে ৫ টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

নতুন বছৰৰ পহিলা দিনটোতে ৫ টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.