২০২৫ত ৩ ৰাশিৰ ওপৰত বাম্পাৰ আশিৰ্বাদ পৰিব মা লক্ষ্মীৰ, দুগুণ বৃদ্ধি পাব উপাৰ্জন
নতুন বছৰ ২০২৫ আৰম্ভ হবলৈ আৰু মাথো কেইটামান দিন বাকি। তেনে ক্ষেত্ৰত জ্যোতিষবিদ সকলে ২০২৫ চনটো ৩ ৰাশিৰ লোকৰ বাবে অতিকে ভাল বুলি গণনা কৰিছে। মা লক্ষ্মীৰ বিশেষ আশিৰ্বাদ পৰিব ৩ ৰাশিৰ লোকৰ ওপৰত।
এই ৩ ৰাশিৰ আৰ্থিক দিশত অতিকে ভাল হোৱাৰ সম্ভৱনা নতুন বছৰটোত। ধনেৰে উপচি পৰিব জীৱন। এই ৩ ৰাশিৰ লোকৰ নতুন বছৰটোত পৈতৃক সম্পত্তিৰো লাভ হোৱাৰ সম্ভাৱনা।
মেষ ৰাশি-
২০২৫ চন মেষ ৰাশিৰ লোকৰ বাবে অতিকে ভাল। শুক্ৰ দেৱে কৃপা কৰিব এই ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। বেংক বেলেঞ্চ বৃদ্ধি পাব। দৰমহা বৃদ্ধি হব। টকা-পইচাৰ অভাৱ দূৰ হব। বিনিয়োগ কৰা ক্ষেত্ৰত লাভ হব । ব্যৱসায় কৰোতা সকলৰ উন্নত হব। নতুন বছৰত লাভ দুগুণ হব। খৰচ কমিব।
মিথুন ৰাশি-
মিথুন ৰাশিৰ জাতক জাতিকাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব। আয়ৰ নতুন দিশ খোল খাব। সম্পত্তিৰ ক্ষেত্ৰত বৃদ্ধি পাব । সকলো কাৰ্যতে সফলতা পাব। আৱদ্ধ হৈ থকা মুকলি হব। কৰ্মত উন্নতি হব। টকা-পইচা ধাৰ দিয়াৰ পৰা দূৰত থাকিব।
কুম্ভ ৰাশি-
মা লক্ষ্মীৰ কৃপাত এই ৰাশিৰ লোক সকলে নতুন বছৰত বহুত সফলতা লাভ কৰিব। কেৰিয়াৰ – ব্যৱসায়ত বিপুল লাভ হব। মালিক পক্ষৰ মন জয় কৰি দৰমহা বৃদ্ধি সহায় হব। বিনিয়োগৰ ক্ষেত্ৰত সফলতা পাব। সঞ্চয় ভাল হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ