• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব

2 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

4 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

5 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

7 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

7 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

9 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

10 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

11 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব

editor by editor
December 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব।

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা। আনুষ্ঠানিক ঘোষণা  কৰে নতুন মন্ত্ৰীৰ নাম।  ৪গৰাকীকৈ বিধায়ক নতুনকৈ লাভ কৰিলে মন্ত্ৰিত্ব পদ।

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ল প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন মন্ত্ৰীৰ নাম।

কেবিনেটত পূৰ্বৰে পৰা খালী হৈ আছিল কেইবাটাও বিভাগ। ইয়াৰ উপৰিও আজি  চাহ জনগোষ্ঠী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা সঞ্জয় কিশানে এৰিছিল মন্ত্ৰী পদ। ট

উল্লেখ্য যে, অহা ৭ ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ হ’ব সম্প্ৰসাৰণ হোৱাৰ কথা আছিল। তাৰ পূৰ্বেই আজি ৫ ডিচেম্বৰ তাৰিখেই মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে নতুন মন্ত্ৰীৰ নাম। এতিয়া কেৱল নতুন মন্ত্ৰীয়ে কি পদ লাভ কৰে সেয়াহে লক্ষ্যণীয় হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam cabinetAssam MinisterCabinet Minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
Next Post
আমিৰ খান-সঞ্জয় দত্তৰ সৈতে ব্লকব্লাষ্টাৰ ছবি দিয়া অভিনেত্ৰীৰ ২৩ বছৰ পাছত ৰূপ দেখিলে আচৰিত হব আপুনি

আমিৰ খান-সঞ্জয় দত্তৰ সৈতে ব্লকব্লাষ্টাৰ ছবি দিয়া অভিনেত্ৰীৰ ২৩ বছৰ পাছত ৰূপ দেখিলে আচৰিত হব আপুনি

কেৱল বিৰাটেই নহয়, কাইলৈ বুমৰাহেও নিজৰ নামত কৰিব পাৰে এক অনন্য ৰেকৰ্ড

কেৱল বিৰাটেই নহয়, কাইলৈ বুমৰাহেও নিজৰ নামত কৰিব পাৰে এক অনন্য ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.