• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

10 months ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

18 seconds ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

23 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

60 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

18 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

editor by editor
June 19, 2025
in বিবিধ, বিশ্ব, লেখা
0
২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈছে এটা বিষয়৷ ২০২৫ চনত এনে কিছু ঘটনা ঘটিছে যিসমূহ ঘটনাই কঁপাই তুলিছে বহুজনক৷ বহুতেই এই চনক ১৯৪১ চনৰ সৈতে হুবহু মিলি যোৱা বুলিও দাবী কৰিছে৷ অৰ্থাৎ সেই বছৰৰ কেলেণ্ডাৰ যেনেকুৱা আছিল তেনেকুৱাই এই বছৰৰ কেলেণ্ডাৰো৷ বহুতেই এই কথা শুনি কৈছে যে ইয়াতনো আলোচনা কৰিবলগীয়া কি আছে? কিন্তু জানিলে আচৰিত হ’ব যে ১৯৪১ চনত যিসমূহ ঘটনা ঘটিছিল তেনে ঘটনাই এইবৰ্ষতো ঘটিব ধৰিছে৷

জানি থওক দুই কেলেণ্ডাৰৰ ইতিহাস৷ এই দুটা বছৰেই লিপইয়েৰ৷ ইয়াত চিন্তাৰ কোনো কাৰণ নাই৷ সকলোতকৈ ভয়ৰ কথা হৈছে ১৯৪১ চনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতি তৈয়াৰ হৈছিল৷ নাজি জাৰ্মানীয়ে তেঁওলোকৰ কাম আৰম্ভ কৰিছিল৷ জাপানত সেই বছৰৰ পাৰ্ল হাৰবাৰ আক্ৰমণ হৈছিল৷ ফলত আমেৰিকাই সহজেই যুদ্ধত সোমাই পৰিছিল৷ তাৰপিছতেই সেই যুদ্ধ ইউৰোপৰ পৰা আৰম্ভ কৰি এছিয়া আৰু আফ্ৰিকাত বিয়পি পৰিছিল৷ বিশ্বৰ অৰ্থনীতি একেবাৰে তলৰ দিশেৰে গতি কৰিছিল৷ ইয়াৰপাছতেই সেই বছৰৰ শেষৰ পৰা বিশ্বযুদ্ধ আৰম্ভ হৈছিল৷

চলিত বছৰক যদি আপুনি বিবেচনা কৰে তেন্তে এইবাৰো ইতিমধ্যে ৰাছিয়া ইউক্ৰেইন, ইৰাণ-ইজৰায়েল যুদ্ধ চলি আছে৷ মাৰ্কিণ যুক্তৰাষ্ট্ৰও এই যুদ্ধত সোমাই পৰিছে৷ কথাতেই আছে ইতিহাস আকৌ ঘূৰি ঘূৰি আহেই৷ তেন্তে ২০২৫ চনটো ১৯৪১ চনৰ সৈতে একেই নেকি? সেই চৰ্চা চলিছে এতিয়া বহুজনৰ মাজত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
Next Post
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.