• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

1 year ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

22 minutes ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

8 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

9 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

10 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

10 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

11 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

11 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

12 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

13 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

14 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

14 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?

editor by editor
June 19, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাঁহি উঠিছে দৈত্যাকাৰ এক মাছ, এই প্ৰাণী সমুদ্ৰৰ পৰা উঠি অহা মানেই প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিত নেকি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডুৰ সমুদ্ৰ উপকূলত ভাহি উঠিল এক বিৰল সামুদ্ৰিক প্ৰাণী ‘ডুমছডে ফিছ’৷ প্ৰায় ৩০ ফুট দীঘল এই অতিকায় মাছটোক লৈ চাঞ্চল্য বিয়পি পৰিছে সমগ্ৰ উপকূলবৰ্তী অঞ্চলত৷ স্থানীয় লোকে প্ৰথমে মাছটো দেখা পায় তাৰপিছতেই কোনোৱে ভিডিঅ’ কৰি সেই মাছৰ ছবি ভাইৰেল কৰিছে সামাজিক মাধ্যমত৷ ঘটনাটোক প্ৰায়সংখ্যকেই প্ৰাকৃতিক বিপৰ্যয়ৰ পূৰ্বাভাস হিচাপে কৈছে৷

ডুমছডে ফিছ নামেৰে পৰিচিত এই মাছৰ প্ৰকৃত নাম ওৰফিছ৷ বৈজ্ঞানিক নাম Regalecus glesne, ই পৃথিৱীৰ দীৰ্ঘতম মাছ বুলিও পৰিচিত৷ সাধাৰণতে এই মাছ সমুদ্ৰৰ গভীৰত প্ৰায় ১ হাজাৰ মিটাৰ তলত বসবাস কৰে৷ ৰূপালী ৰঙৰ দেহ আৰু ৰঙা পাংখা বিশিষ্ট এই মাছ খুব কমেইহে পানীৰ উপৰিভাগলৈ উঠি আহে৷

জাপান আৰু পূৰ্ব এছিয়াৰ বহু সংস্কৃতিত ওৰফিছক ভূমিকম্প বা ছুনামীৰ দৰে দুৰ্যোগৰ পূৰ্বাভাস হিচাপে ধৰা হয়৷ ২০১১ চনৰ জাপান ছুনামীৰ পূৰ্বে উপকূলত একাধিক ওৰফিছ উঠি আহিছিল, সেই স্মৃতি এতিয়াও বহুতৰে মনত উজ্জ্বল৷ ফলত তামিলনাডুৰ এই সাম্প্ৰতিক ঘটনাৰ পাছতেই প্রশ্ন উঠিছে, আকৌ কি কোনো ডাঙৰ প্ৰাকৃতিক বিপৰ্যয় আসন্ন নেকি?

বিজ্ঞানীয়ে এতিয়াও এনে কোনো সিদ্ধান্ত লোৱা নাই৷ সমুদ্ৰজগতৰ বিশেষজ্ঞৰ মতে, ওৰফিছ গভীৰ সমুদ্ৰৰ পৰিবৰ্তিত পৰিবেশ, পানীৰ তাপমাত্ৰা বৃদ্ধি বা নিজৰ অসুস্থতাৰ কাৰণে ওপৰলৈ উঠি আহে৷ ফলত এক বিপৰ্যয়ৰ পূৰ্বাভাস বুলিও বহুতে দাবী কৰিছে৷ এতিয়াও এই তত্ত্ব কিন্তু বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়৷

বিজ্ঞান আৰু সংস্কাৰৰ দ্বন্দ্বৰ মাজত এই ঘটনাই আমাক এটাই বাৰ্তা দিয়ে যে প্ৰকৃতিৰ প্ৰতি আমাৰ নজৰ আৰু সচেতনতা পূৰ্বতকৈ বঢ়াব লাগে৷ হয়তো এই মাছে কোনো অশনিসংকেত বহন কৰা নাই কিন্তু এই ঘটনাত লুকাই আছে গভীৰ এক ইংগিত৷ প্ৰকৃতিয়ে নিঃশব্দে কিছু ক’ব খুজিছে যি আমি শুনিব পৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

August 27, 2026
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
Next Post
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.