• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

editor by editor
December 17, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া গ্ৰহৰ গতি পৰিবৰ্তন হয়, মানুহৰ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱ পৰে৷ গ্ৰহৰ গোচৰৰ শুভ প্রভাৱে ব্যক্তিৰ সমস্ত সমস্যাৰ সমাধান কৰে৷ আৰু অশুভ প্ৰভাৱত হাঁহি থকা জীৱনতো শোকৰ ছায়া নামি আহিব পাৰে৷ সেই কাৰণেই গ্ৰহ গোচৰৰ ওপৰত ভাগ্য বহু পৰিমানে নিৰ্ভৰ কৰে৷ আগন্তুক বছৰ ২০২৬ৰ প্ৰথম মাহ, জানুৱাৰীত ৪টা ডাঙৰ গ্ৰহ মঙ্গল, বুধ, শুক্ৰ আৰু সূৰ্যৰ গোচৰ চলিব৷ জানি থওক আপোনাৰ ৰাশিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব?

২০২৬ চনৰ জানুৱাৰী মাহত কি কি গ্ৰহে গোচৰ কৰিছে?

শুক্ৰ গোচৰ ২০২৬ চন- ১৩ জানুৱাৰী পুৱা ৪.০২ মিনিটত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ই শনিৰ ৰাশি৷ শুক্ৰ আৰু শনি গ্ৰহৰ মাজত মিত্ৰতা আছে বুলি ধাৰণা কৰা হয়৷

সূৰ্য গোচৰ ২০২৬চন- গ্ৰহৰ ৰজা সূৰ্যই ১৪ জানুৱাৰী ২০২৬ৰ দুপৰীয়া ৩.১৩ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই দিনটোতেই মকৰ সংক্ৰান্তি পালিত হব৷

মঙ্গল গোচৰ ২০২৬ চন- গ্ৰহৰ সেনাপতি মঙ্গলে ১৬ জানুৱাৰী ২০২৬ৰ পুৱা৪.৩৬ মিনিটত মকৰ ৰাশিত গোচৰ কৰিব৷ মকৰ ৰাশিত মঙ্গল উচ্চ অৱস্থানত থাকে সেয়ে মকৰ ৰাশিৰ জাতকে বিশেষ লাভ কৰিব পাৰে৷

বুধ গোচৰ ২০২৬- গ্ৰহৰ ৰাজকুমাৰ বুধে ১৭ জানুৱাৰী ২০২৬ত পুৱা ১০.৩৭ মিনিটত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত ইতিমধ্যেই মঙ্গলে অৱস্থান কৰিব৷

মকৰ ৰাশিত ৪ গ্ৰহৰ মহাযোগ

১৭ জানুৱাৰীৰ পাছত মকৰ ৰাশিত ৪টা গ্ৰহৰ মিলনত চতুৰ্গ্ৰহী যোগ গঠিত হব৷ এই চতুৰ্গ্ৰহী যোগ সূৰ্য, শুক্ৰ, মঙ্গল, বুধৰ মিলনত গঠিত হব৷ এই যোগৰ কাৰণে কিছু ৰাশিৰ জাতকে ভাল লাভ পোৱাৰ সম্ভাৱনা আছে৷

জানুৱাৰী ২০২৬ ত কোন কোন ৰাশিৰ ভাগ্য খুলিব পাৰে?

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে নতুন বছৰৰ প্ৰথম মাহ আশীৰ্বাদতকৈ কম নহয়৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল হব৷ বিনিয়োগৰ পৰা লাভ হব পাৰে৷ চাকৰিত আপোনাৰ কামৰ প্ৰশংসা কৰা হব৷ ব্যৱসায়ত গ্ৰাফ ওপৰলৈ যাব৷ পাৰিবাৰিক জীৱন সুখৰ হব আৰু অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

মেষ ৰাশি

মেষ ৰাশিৰ বাবে নতুন বছৰে আনন্দ কঢ়িয়াই আনিব৷ জানুৱাৰীত গ্ৰহৰ মহাযোগ আপোনাৰ পেছাগত জীৱনত লাভ হব, নতুন প্ৰকল্পত আগবাঢ়িব পাৰে৷ চাকৰিত ভাল অফাৰ আহিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷

বৃষ ৰাশি

আয়ৰ নতুন উৎস তৈয়াৰ হব৷ ভাগ্যৰ ভাল সংগ পাব৷ শুভ সংবাদ পোৱা যাব৷ যিসকলে চাকৰি কৰে তেওঁলোকে কৰ্মক্ষেত্ৰত ডাঙৰ সুবিধা পাব পাৰে৷ আপোনাৰ অপূৰ্ণ ইচ্ছা পূৰণ হব৷ এই সময়ত আপুনি শ্বেয়াৰ বজাৰৰ পৰা ভাল লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
দৈনিক ৰাশিফল, আজি কলা নিধি যোগৰ বাবে মেষৰ লগতে ৪ ৰাশিৰ জীৱনলৈ আহিব সোণালী সুযোগ

দৈনিক ৰাশিফল, আজি কলা নিধি যোগৰ বাবে মেষৰ লগতে ৪ ৰাশিৰ জীৱনলৈ আহিব সোণালী সুযোগ

EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা

EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.