• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

9 months ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

45 minutes ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

3 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

13 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

16 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?

editor by editor
December 31, 2025
in জীৱনশৈলী
0
নতুন বছৰত খেল দেখুৱাব এই ৫ ৰাজযোগে, ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশাটো পাৰ হ’লেই নতুন বছৰ৷ ২০২৬ চনে আমাৰ জীৱনলৈ বহু পৰিবৰ্তন কঢ়িয়াই আনিব৷ নতুন বছৰত একাধিক গ্ৰহৰ শুভ যোগ গঠিত হব৷ বছৰৰ আৰম্ভণিতেই শুক্ৰ আৰু সূৰ্যই এটাৰ কাষত আনটোৱে অৱস্থান কৰি শুক্ৰাদিত্য ৰাজযোগ গঠন কৰিব৷ ইয়াৰ মাজত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আকৌ সূৰ্য আৰু মঙ্গলে একে ঘৰত থাকি গঠন কৰিব মঙ্গলাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি বুধ আৰু শুক্ৰ মিলি গঠন কৰিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ইয়াতেই শেষ নহয়, মকৰ ৰাশিত মঙ্গলৰ গোচৰত গঠিত হব ৰুচক ৰাজযোগ৷ একেলগে ইমানবোৰ ৰাজযোগৰ প্ৰভাৱত আগন্তুক বছৰত কেইবাটাও ডাঙৰ পৰিবৰ্তন আহিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক পাঁচ ৰাজযোগৰ প্ৰভাৱত ২০২৬ত ভাগ্য খুলিব কাৰ কাৰ?

সিংহ ৰাশি

বছৰৰ আৰম্ভণিতে একেলগে পাঁচটা ৰাজযোগ গঠনৰ প্ৰভাৱ লক্ষ্য কৰা যাব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬চনত আপুনি নিজৰ পৰিশ্ৰমৰ ফল পাব৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ লাইফ পাৰ্টনাৰৰ সৈতেও খুবেই ভাল সময় কটাব৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷ নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

২০২৫ত নানান দিশৰ পৰা সুখ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ব্যৱসায়ত বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ এই চুক্তি আপোনাৰ বাবে লাভজনক হব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ আৰ্থিক ভাৱে লাভৱান হ’ব৷ জীৱনত প্ৰেম থাকিব৷ পুজা-অৰ্চনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

বৃশ্চিক ৰাশি

নতুন বছৰত পাঁচ ৰাজযোগৰ শুভ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ এই সময়ত আপোনাৰ স্বাস্থ্য খুবেই ভালে থাকিব৷ জীৱনত প্ৰেম বাঢ়িব৷ আপোনাৰ প্ৰতি নতুন বছৰত বহুজনেই আকৃষ্ট হব৷ কেৰিয়াৰত নতুন দায়িত্ব পাব৷ পেছাগত ভাৱে আৰু অৰ্থনৈতিকভাৱে আগন্তুক বছৰত উন্নতি কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
Next Post
ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.