• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

8 months ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

2 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

3 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

6 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

7 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

editor by editor
December 31, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্ছেল আছিম মুনিৰৰ কন্যাৰ বিবাহ সম্পন্ন হৈছে৷ বিবাহখনক লৈ চৰ্চা হোৱাৰ কাৰণেই হৈছে নিজ ভাতৃৰ সৈতে এই বিবাহ৷ অৰ্থাৎ আছিম মুনিৰৰ ভাতৃৰ পুত্ৰৰ সৈতেই তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন হৈছে৷ হাই-প্ৰফাইল লোক উপস্থিত থকা এই বিবাহৰ অনুষ্ঠান একেবাৰে গোপনে ৰখা হৈছিল৷

পাকিস্তানী সাংবাদিক জাহিদ গিশকোৰিয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ ইয়াত তেওঁ জনাইছে যে মুনিৰৰ কন্যাৰ সৈতে তেওঁৰ ভাতৃৰ পুত্ৰৰ বিবাহ হৈছে৷ তেওঁ জনাইছে যে মুনিৰে তেওঁ কন্যাক ভায়েক কাছিম মুনিৰৰ পুত্ৰৰ সৈতে বিয়া দিছে৷ ৰাওৱালপিণ্ডিত বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

বিবাহ সংক্ৰান্তিয় এক ভিডিঅ’ত প্ৰকাশ পোৱা অনুসৰি দৰাৰ নাম আব্দুৰ ৰহমান৷ এক হাইপ্ৰফাইল বিবাহ৷ আব্দুল ৰহমান পূৰ্বে এগৰাকী পাকিস্তান সেনাবাহিনীৰ কেপ্টেইন আছিল৷ এই ভিডিঅ’ত মুনিৰৰ কন্যাৰ সম্পৰ্কেও তথ্য দিয়া হৈছে৷ মুনিৰৰ চাৰিগৰাকী কন্যা আছে৷ বিবাহত বহা কন্যাগৰাকী তেওঁৰ তৃতীয় কন্যা৷ এইগৰাকী কন্যাৰ নাম মাহনুৰ৷ মাহনুৰে বিবাহপাশত আৱদ্ধ হোৱা ককায়েক পাকিস্তান সেনাবাহিনীত কেপ্টেইন হোৱাৰ পূৰ্বে ছিভিল চাৰ্ভিচত যোগ দিছিল৷ বৰ্তমান তেওঁ সেনা কৰ্মকৰ্তাসকলৰ ছিভিল চাৰ্ভিছ কোটাত সহকাৰী কমিছনাৰ৷

ৰিপৰ্ট অনুসৰি পাকিস্তানৰ বৰ্তমান প্ৰেছিডেণ্ট আছিফ আলি জাৰদাৰি, প্ৰধানমন্ত্ৰী শ্বেহবাজ শৰিফ, পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নাৱাজ শৰিফকে ধৰি কেইবাগৰাকী উচ্চপদস্ত লোক এই বিবাহত উপস্থিত আছিল৷ বিবাহত ৪০০জনতকৈ বেছি হাইপ্ৰফাইল অতিথি উপস্থিত থকাৰ বাবে সুৰক্ষাৰ দিশলৈ চাই এই বিবাহ সম্পূৰ্ণ গোপনে ৰখা হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

‘কিৰিছ কা গানা ছুনেগা…’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

‘কিৰিছ কা গানা ছুনেগা...’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.