• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কিৰিছ কা গানা ছুনেগা…’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

‘কিৰিছ কা গানা ছুনেগা…’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

8 months ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

7 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

7 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

8 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

8 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

10 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

11 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

11 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

13 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘কিৰিছ কা গানা ছুনেগা…’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

‘কিৰিছ কা গানা ছুনেগা...’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?

editor by editor
December 31, 2025
in বিনোদন, বিবিধ, ভাৰত
0
‘কিৰিছ কা গানা ছুনেগা…’ এটা গানেই জীৱন সলালে অনাথ পিণ্টুৰ, জানক কেনেকৈ ভাইৰেল হ’ল পিণ্টু?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিৰিছ কা গানা ছুনেগা? এটা সৰু সংলাপ৷ অথচ এই লাইনটোৰ বাবেই তেওঁ এতিয়া ছচিয়েল মিডিয়াত ট্ৰেণ্ডছেটাৰ৷ ৰিল, মিম, ৰিমিক্স, নেটদুনীয়াত সৰ্বত্ৰতে ঘুৰিছে এই অডিঅ’ৰ বিভিন্ন সংস্কৰণ৷ কিন্তু প্ৰশ্ন এটাই এই ভাইৰেল লাইনটোৰ আৰম্ভণি ক’ত? আৰু এই ভিডিঅ’ত থকা পুৰুষজন কোন?

এই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা গৈছে ঝাৰখণ্ডত৷ অৰ্থাৎ এই ভাইৰেল হৈ পৰা যুৱকজন ঝাৰখণ্ডৰ জামছেদপুৰৰ বাসিন্দা৷ তাৰ বাসিন্দা ৩২ বছৰীয়া পিণ্টু প্ৰসাদ৷ তেওঁ আজি নেটদুনীয়াত পৰিচিত ভাইৰেল ধুম বয়৷

কোন এই পিণ্টু প্ৰসাদ?

পিণ্টুৰ জীৱন মুঠেও সহজ নাছিল৷ খুব কম বয়সতেই পিতৃ-মাতৃক তেওঁ হেৰুৱাইছিল৷ পাৰিবাৰিক সহায়তা বুলিবলৈ তেওঁৰ এগৰাকী ভনীয়েক আছিল৷ যি তেওঁৰ জীৱনৰ প্ৰধান ভৰসা৷ জীৱিকাৰ তাগিদাত কেতিয়াবা যদি পিণ্টুৱে আৱৰ্জনা কঢ়িয়াইছিল কেতিয়াবা আকৌ টয়লেট পৰিষ্কাৰ কৰাৰ কাম কৰিছিল৷ আনকি মৃত প্ৰাণী সৎকাৰ কৰা বা দূৰলৈ লৈ যোৱা আদি কামো তেওঁ কৰিছিল৷ জীৱনৰ সমস্ত প্ৰতিকূলতাৰ মাজতো তেওঁৰ মুখত লাগি আছিল এটা প্ৰাণখোলা হাঁহি৷ পিণ্টুৱে নিজেই জনাইছে যে সৰুৰে পৰা পেট ভৰোৱাৰ বাবে তেওঁ শৌচালয় পৰিষ্কাৰ কৰা পৰ্যন্ত সকলো কামেই কৰিছে৷

ভাইৰেল মুহূৰ্ত

সকলোবোৰ সলনি পৰে এক অনিচ্ছাকৃত ভিডিঅ’তেই৷ কেমেৰাৰ সন্মুখত হঠাতে পিণ্টুৱে কৈছিল, ‘কিৰিছ কা গানা ছুনেগা…লে বেটা!’  তাৰপিছতেই হৃতিক ৰোছনৰ ছবি কৃষৰ জনপ্ৰিয় গান ‘দিল না দিয়া’ গাই গাই আৰম্ভ কৰিলে লগে লগে তেওঁ নিজস্ব ধুম ষ্টাইল ডান্স৷ এই প্ৰাণৱন্ত পাৰফৰমেন্সে মুহূৰ্ততেই নেটদুনীয়াত ছুনামী আনে৷ ‘লে বেটা, কিৰিছ কা গানা ছুনেগা’ এই সংলাপ হৈ উঠে হাজাৰ হাজাৰ ৰিলৰ মূল সুৰ৷

https://www.instagram.com/reel/DSfYlteDxUa/?utm_source=ig_web_copy_link

অস্তিত্ব ফাউণ্ডেছনে পিণ্টুক দিছে নৱজীৱন

ভাইৰেল হোৱাৰ লগে লগেই তেওঁৰ জনপ্ৰিয়তা বাঢ়ে৷ কিন্তু এই জনপ্ৰিয়তাৰ বাবে তেওঁৰ সমস্যাও হয়৷ বহুতেই পিণ্টুৰ সৰলতাৰ সুযোগ লয়৷ ঘণ্টাৰ পাছত ঘণ্টা কনটেণ্ট বনাবলৈ তেওঁক ব্যৱহাৰ কৰে কিন্তু তেওঁক কোনো পাৰিশ্ৰমিক নিদিয়ে৷ ঠিক সেই সময়তেই পিণ্টুৰ জীৱনলৈ আশা হৈ আহে অস্তিত্ব ফাউণ্ডেছন৷ সংস্থাৰ প্ৰতিষ্ঠাতা সৌৰভ তিৱাৰী আৰু তেওঁৰ দল পিণ্টুৰ কাষত ঠিয় দিয়ে৷ আৰম্ভ হয় তেওঁৰ চিকিৎসাৰ লগতে পুনৰ্বাসন আৰু নতুন জীৱনৰ প্ৰস্তুতি৷ এতিয়া পিণ্টুৰ নিচাৰ পৰা আঁতৰি সুস্থ জীৱনযাপনত আগ্ৰহী হব ধৰিছে৷

নেটদুনীয়াত প্ৰিয় মুখ

আজি পিণ্টুৰ ইনষ্টাগ্ৰাম একাউণ্ট @viralboydhoom ত ফলোৱাৰৰ সংখ্যা প্ৰায় ৭৩ হাজাৰ৷ বহুতেই লক্ষ্য কৰিছে বয়সৰ তুলনাত তেওঁ বেছ তৰুণ৷ তেওঁৰ এই শিশুসুলভ প্ৰাণশক্তি আৰু সৰলতাই ভক্তৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ পিন্টু প্ৰসাদৰ এই কাহিনীয়ে প্ৰমাণ কৰিছে যে ডিজিটেল যুগত সৰু এটা সংলাপেও সলায় দিব পাৰে আপোনাৰো জীৱন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
মহিলাৰ নামত ১লাখ বিনিয়োগ কৰিলে দুবছৰত কিমান ৰিটাৰ্ণ? জানি থওক সবিশেষ

মহিলাৰ নামত ১লাখ বিনিয়োগ কৰিলে দুবছৰত কিমান ৰিটাৰ্ণ? জানি থওক সবিশেষ

পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.