• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

6 months ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

33 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

9 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

10 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

10 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

10 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

11 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

11 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

12 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

13 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

16 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে

editor by editor
December 31, 2025
in জীৱনশৈলী
0
পাইপলাইনত এটা ছিদ্ৰ, মিহলি হৈছে শৌচালয়ৰ পানী, এই পানী পান কৰি অসুস্থ ১০০ৰো অধিক লোক, বৰ্তমানলৈ প্ৰাণ হেৰু**ৱালে ৩ জনে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰদূষিত পানী পান কৰি মধ্যপ্ৰদেশৰ ইন্দোৰত একাধিক লোকৰ মৃত্যু হৈছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি অন্তত ৩ জনে লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে৷ হাস্পতালত চিকিৎসাধীন হৈ আছে ১০০ ৰো অধিক লোক৷ ঘটনাক লৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে লগতে নিহতৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য আৰু অসুস্থসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ কথাও ঘোষণা কৰিছে৷ মৃতককেইগৰাকীৰ নাম ক্ৰমে নন্দলাল পাল(৭০), উৰ্মিলা যাদৱ(৬০) আৰু তাৰা কোৰি(৬৫)৷

স্থানীয় পৌৰ কমিছনাৰ দিলীপকুমাৰ যাদৱে জনোৱা অনুসৰি ইন্দোৰৰ ভাগীৰথপুৰা এলেকাত পানীয় জল সৰবৰাহ পাইপলাইনত এটা ছিদ্ৰ ধৰা পৰিছে৷ সেই স্থানৰ কাষতেই এটা শৌচাগাৰো আছে৷ এই ছিদ্ৰৰেই দূষিত পানী পাইপলাইনেৰে প্ৰৱেশ কৰি আছে বুলি আশংকা কৰা হৈছে৷ স্থানীয় মেয়ৰ পি ভাৰ্গৱে কয়, পানী সৰবৰাহ পৰিকাঠামো ৰক্ষণাবেক্ষণৰ অৱহেলাৰ বাবে দায়ী কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব৷ পৌৰসভাৰ তৰফৰ পৰা স্থানীয় বাসিন্দাসকলক সকলোধৰণৰ সহায় কৰাও হৈছে৷

স্থানীয় বাসিন্দাসকলে জনাইছে যে বিগত ২৫ ডিচেম্বৰৰ পৰা পানীত এক অস্বাভাৱিক গোন্ধ পোৱা গৈছিল৷ বাসিন্দাসকলৰ অভিযোগ, দুৰ্গন্ধযুক্ত পানী সম্পৰ্কে বাৰে বাৰে অভিযোগ কৰা স্বত্তেও পৌৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ মৃত নন্দলাল পালৰ সন্তান সিদ্ধাৰ্থই কয়, ‘দূষিত পানী পান কৰাৰ পাছতেই দেউতাৰ ডায়েৰিয়া হয়৷ ২৮ ডিচেম্বৰত দেউতাক আমি হাস্পতালত ভৰ্তি কৰাও৷ মঙলবাৰে দেউতাই শেষ নিশ্বাস ত্যাগ কৰে৷’ অন্য এগৰাকী মৃতকৰ আত্মীয়ই কৈছে, ‘মোৰ ভন্টীৰ হঠাৎ বমি আৰম্ভ হয়৷ পাছত ডায়েৰিয়াও হয় আমি তেওঁক চিকিৎসা প্ৰদান কৰাৰ সুযোগেই নাপালো৷ তাৰপূৰ্বেই তেওঁ মৃত্যুক সাবটি লয়৷’

ইতিমধ্যেই এই বিষয়ক লৈ প্ৰতিবাদ আৰম্ভ কৰিছে স্থানীয় কংগ্ৰেছ নেতৃত্বই৷ ৰাজ্য কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে সংবাদমাধ্যমৰ আগত কৈছে, ‘যদি নৰ্দমা বা শৌচালয়ৰ পানী খোৱা পানীৰ পাইপত সোমাইছে তেন্তে মানুহৰ জণ্ডিছ, ডায়েৰিয়া, বমি আদি হোৱাটো স্বাভাৱিক৷ কিন্তু মৃত্যু নহয়৷ ধাৰণা কৰা হৈছে যে পানীৰ পাইপলাইনত কোনো বিষাক্ত পদাৰ্থ মিহলি হৈছে আৰু ইয়াৰ তদন্ত সোনকালেই হ’ব লাগে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?
জীৱনশৈলী

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 3, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!
জীৱনশৈলী

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

July 2, 2026
Next Post
২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি

২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি

নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.