• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

41 minutes ago
কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

2 minutes ago
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

2 hours ago
এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

2 hours ago
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

10 hours ago
আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

10 hours ago
ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

10 hours ago
যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

11 hours ago
ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

12 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

13 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

14 hours ago
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

14 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

প্ৰভাৱিত লাখ লাখ লোক, হাজাৰ হাজাৰ আশ্ৰয় শিবিৰ নিৰ্মাণ

editor by editor
November 21, 2026
in বিশ্ব, ভাৰত, লেখা
0
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাগৰীয় ঘূৰ্ণী বতাহ ‘আকৱান’ৰ প্ৰভাৱত দেশৰ কেইবাখনো ৰাজ্যত বতৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ বেগেৰে আগবাঢ়িছে এই ঘূৰ্ণী বতাহ। ঘূৰ্ণী বতাহৰ প্ৰভাৱত সাগৰত প্ৰচণ্ড লহৰৰ সৃষ্টি হৈছে, আনহাতে বহু অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। বতাহৰ গতিবেগ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে পাৰাস্তম্ভও দ্ৰুতগতিত নিম্নগামী হৈছে।

ঘূৰ্ণী বতাহৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ৩ লাখ লোকক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৪২৩টা উদ্ধাৰকাৰী দল সাজু কৰি ৰখাৰ লগতে ৯ হাজাৰৰো অধিক আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিছে প্ৰশাসনে।

অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত ঘূৰ্ণী বতাহৰ প্ৰভাৱ অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই দুয়োখন ৰাজ্যতে হাই এলাৰ্ট জাৰি কৰিছে। বিশেষকৈ উত্তৰ অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণী বতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা আছে। অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ আৰু বিশাখাপট্টনমৰ বহু অঞ্চলত ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

ওড়িশাৰ ১৩খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছখন জিলাত ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ঘূৰ্ণী বতাহৰ প্ৰভাৱত বহু ৰে’লৰ চলাচল বাতিল কৰা হৈছে, যাৰ ফলত যাত্ৰীসকলৰ যাত্ৰাত অসুবিধাৰ সৃষ্টি হৈছে। ঘূৰ্ণী বতাহৰ প্ৰভাৱ পুৰীৰ ধৰ্মীয় স্থানসমূহতো পৰিছে। সুৰক্ষা আৰু প্ৰতিকূল বতৰৰ বাবে বহু মন্দিৰত ১৮ নৱেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সৰ্বজনবিদিত গুণ্ডিচা মন্দিৰতো প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। আনহাতে, পুৰীৰ জগন্নাথ মন্দিৰতো বিশেষ দৰ্শন বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমতো পৰিব পাৰে বুলি আশংকা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ আশংকা আছে। সেয়ে বতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্ক আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে
ৰাজনীতি

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

November 21, 2026
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ
বিশ্ব

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

November 21, 2026
এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

November 21, 2026
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!
জীৱনশৈলী

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

November 20, 2026
Next Post
কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.