• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

4 months ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

33 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

1 hour ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত

editor by editor
December 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অতি বিৰল যোগেৰে আৰম্ভ হ’ব ২০২৬ চন, বছৰৰ আৰম্ভণিতেই টকাৰ বন্যা এই ৩ ৰাশিত
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক বছৰ ২০২৬ চন বিৰল শুভ যোগৰ মাধ্যমেৰে আৰম্ভ হৈছে৷ ১ জানুৱাৰী ২০২৬ত পালিত হব প্ৰদোষ ব্ৰত৷ ইয়াৰোপৰি থাকিব ৰোহিনী নক্ষত্ৰ, ৰবি যোগ আৰু শিৱবাস যোগ৷ বৃষ ৰাশিত বছৰৰ প্ৰথম দিনাই এইসমূহ শুভ যোগ থাকিব৷ ইয়াতেই শেষ নহয়, ইয়াৰোপৰি ২০২৬ৰ প্ৰথম দিনা থাকিব মঙ্গলাদিত্য ৰাজযোগ, বুধাদিত্য ৰাজযোগ আৰু শুক্ৰাদিত্য ৰাজযোগ৷ মকৰ ৰাশিত সূৰ্য, বুধ, শুক্ৰ আৰু মঙ্গলৰ যুঁটিৰ কাৰণে একেলগে এইসমূহ ৰাজযোগ গঠিত হব৷

উল্লেখযোগ্য বিষয় হৈছে শনিৰ ৰাশি মকৰত একেলগে এই তিনিটা ৰাজযোগ গঠিত হব৷ সূৰ্যৰ সৈতে অন্য গ্ৰহৰ মিলনত এইসমূহ ৰাজযোগ গঠিত হোৱাৰ ওপৰিও এই কথা উল্লেখ কৰা জৰুৰী যে ২০২৬ হৈছে সূৰ্যৰ বছৰ৷ তিনিটা ৰাজযোগৰ ওপৰিও শনিৰ ৰাশিত থাকিব চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱ৷ জ্যোতিষ গণনাই কৈছে বছৰৰ আৰম্ভণিতেই এইসমূহ শুভ যোগৰ প্ৰভাৱত লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক এই তালিকাত কোন কোন আছে?

বৃষ ৰাশি

২০২৬ৰ আৰম্ভণিতেই একাধিক ৰাজযোগৰ শুভ প্ৰভাৱ পাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত সোনালী সময় থাকিব৷ উপাৰ্জন প্ৰচুৰ বাঢ়িব৷ বিদেশ যাত্ৰা হব পাৰে৷ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময় শুভ৷ বিনিয়োগ কৰিলেও লাভৱান হব৷ আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷

তুলা ৰাশি

আপুনি তুলা ৰাশিৰ জাতক হলে আনন্দ কৰক৷ ২০২৬ চন শুভ হব তুলাৰ জাতকৰ বাবে৷ বিশেষকৈ যিসকল তুলাৰ জাতক তেওঁলোকে এই সময়ত সুখৰ স্বৰ্গত বাস কৰিব৷ হঠাৎ প্ৰচুৰ অৰ্থলাভ হব পাৰে৷ সাংসৰিক জীৱনত সুখ আৰু সমৃদ্ধি থাকিব৷ বিনিয়োগৰ পৰা আৰ্থিক লাভ হব৷ প্ৰেম জীৱনত সুখ থাকিব৷

ধনু ৰাশি

২০২৬ ৰ আৰম্ভণিতেই একাধিক ৰাজযোগত শুভ সময় কটাব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ পাবলগীয়া টকা এই সময়ত লাভ কৰিব পাৰিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ নতুন চাকৰি আৰু বাহন ক্ৰয়ৰ সুযোগ পাব৷ যিসকলে কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পত কাম কৰিছে তেওঁলোকে কামত প্ৰশংসা লাভ কৰিব৷ নতুন চাকৰি পাব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম আৰু সুখ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

'কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !' মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.