• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

9 months ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

3 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

3 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

17 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

18 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

editor by editor
December 16, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত বৰ্তমানে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ তোলপাৰ। সকলোৰে মনত বহুতো কৌতুহল। বহু লোকে বহু প্ৰশ্ন উত্থাপন কৰাৰ লগতে বহু লোকে এই চাৰ্জশ্বীটক লৈ আগবঢ়াইছেজ নিজা নিজা মন্তব্য। বহু লোকৰে মনত এটাই প্ৰশ্ন কিমান সঠিক এই চাৰ্জশ্বীট!

বিৰোধীয়েও মন্তব্য দিছে এই জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ ওপৰত আদালতত দাখিল কৰা চাৰ্জশ্বীটক লৈ। বিৰোধীৰ দুৰ্বল আখ্যা এই চাৰ্জশ্বীট।

তাকে লৈ আজি ১৬ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ দিছে এক ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে, এই চাৰ্জশ্বীট কিমান শক্তিশালী সেয়া ন্যায়াধীশেহে কব। কিয়নো কেৱল আদালতত হে দাখিল কৰা হৈছে এই চাৰ্জশ্বীট। ন্যায়াধীশে নিজে দুৰ্বল বুলি মন্তব্য নকৰা এই চাৰ্জশ্বীট লগতে কোনেও পঢ়িব নোৱাৰা এখন চাৰ্জশ্বীট বিৰোধীয়ে কেনেকৈ দুৰ্বল আখ্যা দিলে বুলিয়ো মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লগতে ইয়াকো কয় যে, আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব? চাৰ্জশ্বীটক লৈ বিৰোধীৰ কোনো জ্ঞান গভীৰতা নাই।

আনহাতে বিৰোধী কংগ্ৰেছ দলৰ শক্তিশালী নেতা গৌৰৱ গগৈয়ে এই চাৰ্জশ্বীট তথা জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত  নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে, ইতিমধ্যে আদালতত অভিযোগনামা দাখিল কৰা হৈছে। সেয়ে তদন্তৰ আশা কৰিব পাৰি। কিন্তু তদন্ত কিমান সঠিক হ’ব তাক লৈ কিছু সন্দেহ বুলি মন্তব্য গৌৰৱ গগৈৰ।

কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াকো কয় যে, চাৰ্জশ্বীটক লৈ ইতিমধ্যে বহু লোকে সন্দেহ প্ৰকাশ কৰি প্ৰশ্ন কৰিছে। বহু জ্যেষ্ঠ আইনজ্ঞইয়ো এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে বুলি মন্তব্য আগবঢ়াই গগৈয়ে। ক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmgaurav gogoihimanta biswa sarmazubeen gargZubeen Garg Death Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
Next Post
আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

আৰ্থিক উঠা-নমা, পৰিয়ালত অশান্তি, ২০২৬ চন সম্পূৰ্ণ বেয়াই হ’ব নেকি সিংহ ৰাশিৰ জাতকৰ?

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.