• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

9 months ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

3 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

3 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

17 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

18 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, জুবিনৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খাই বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই

editor by editor
December 16, 2025
in জীৱনশৈলী
0
ন্যায়িক ব্যৱস্থাৰ ওপৰত আস্থা আছে, বাক্সা কাৰাগাৰত থকা ৫ অভিযুক্তক নিৰাপত্তা দি আদালতলৈ নিয়াত সহায় কৰিব স্থানীয় জনতাই
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, দুই PSO ক্ৰমে বৈশ্য আৰু বৰা বাক্সা কাৰাগাৰত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে৷ এই ৫ অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত বাক্সা কাৰাগাৰৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এই অপ্ৰীতিকৰ পৰিস্থিতিক লৈ বিভিন্ন মহলত চৰ্চাও হৈছিল৷ শেহতীয়াকৈ বাক্সাত স্থানীয় বাসিন্দাই এনে অপ্ৰীতিকৰ পৰিস্থিতি আৰু যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰবাবে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত৷ বাক্সা কাৰাগাৰত কাৰাৰুদ্ধ ৫ অভিযুক্তক  নিৰাপত্তা প্ৰদান কৰিব বাক্সাৰ স্থানীয় লোকে৷ ১৫ অক্টোবৰত সংঘটিত ঘটনাৰ পুনৰাবৃত্তি আকৌ যাতে কাহানিও নহয় তাৰবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় জনতাই৷

১৬ ডিচেম্বৰ অৰ্থাৎ আজি জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি৷ সেয়ে চাৰ্জশ্বীটৰ কপি পেন ড্ৰাইভত লৈ SITৰ দল ইতিমধ্যেই বাক্সা কাৰাগাৰত উপস্থিত হৈছে৷ দুখনকৈ বাহনেৰে বাক্সা কাৰাগাৰত প্ৰৱেশ কৰিছে SITৰ বিশেষ দল৷ কাৰণ নিৰাপত্তাজনিত কাৰণত সোঁশৰীৰে বাক্সা কাৰাগাৰৰ পৰা ওলিয়াই আনি আদালতত হাজিৰ কৰিব পৰা হোৱা নাই আটাইকেইটা অভিযুক্তক৷ সেয়ে ভাৰ্ছুৱেলী হাজিৰ কৰোৱা হৈছে আটাইকেইটা অভিযুক্তক৷ নিৰাপত্তাৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছতেই বাক্সাৰ স্থানীয় জনতাই নিজাববীয়াকৈ এই তদন্তত সহযোগ কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখি সকলো আগবাঢ়িব লাগিব বুলিও স্থানীয় জনতাই নিজাববীয়াকৈ জনাই গ্ৰহণ কৰিছে অভিযুক্তক নিজেই নিৰাপত্তা দিয়াৰ সিদ্ধান্ত৷ আদালতত যাতে আটাইকেইটা অভিযুক্তকে সোঁশৰীৰে পাছৰ শুনানিসমূহত লৈ যাব পাৰে তাৰবাবে নিৰাপত্তা দিয়া হ’ব বুলিও তেওঁলোকে নিজাববীয়াকৈ জনাইছে আৰক্ষীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
৭ অভিযুক্তৰ ভাৰ্চুৱেল শুনানি সম্পন্ন, পৰবৰ্তী শুনানি হ’ব ২২ ডিচেম্বৰত, চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত

৭ অভিযুক্তৰ ভাৰ্চুৱেল শুনানি সম্পন্ন, পৰবৰ্তী শুনানি হ’ব ২২ ডিচেম্বৰত, চাৰ্জফ্ৰেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব ৭ অভিযুক্ত

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.