• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

1 year ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

10 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

33 minutes ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

59 minutes ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

1 hour ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

4 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

4 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

5 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

7 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

7 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

editor by editor
February 21, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু মানুহৰ নিৰ্দিষ্ট কোনো খাদ্যৰ পৰা এলাৰ্জি হয়, কাৰোবাৰ এলাৰ্জি থাকে ধুলিত৷ কিন্তু নিজৰ বীৰ্যৰ পৰাই এলাৰ্জি এয়া কেনেধৰণৰ কথা? শুনিবলৈ আচৰিত লাগিলেও এনে এক বিৰল ৰোগত আক্ৰান্ত এগৰাকী যুৱকৰ কথা আন্তৰ্জাতিক সংবাদমাধ্যমত চৰ্চা হৈছে৷ যুৱকজন ইজৰাইলৰ৷ বিজ্ঞান পত্ৰিকা ‘আমেৰিকান জাৰ্নেল অফ কেছ ৰিপোৰ্টছ’ত প্ৰকাশিত হৈছে এই সমস্ত ঘটনাৰ বিস্তাৰিত বিৱৰণ৷

ৰিপৰ্টত প্ৰকাশ পাইছে যে ইজৰাইলৰ ২২ বছৰ বয়সীয়া এই যুৱকজন কিছুদিন পূৰ্বে ভৰ্তি হৈছিল হাফিয়াৰ কাৰমেল এণ্ড লিন মেডিকেল চেণ্টাৰত৷ প্রাথমিকভাৱে হাঁচি, চকুৰ পৰা পানী পৰি থকা, পেটত যন্ত্ৰণা আৰু ক্লান্তিৰ দৰে উপসৰ্গই দেখা দিছিল৷ চিকিৎসকে পোনতে ভাৱিছিল কোনো খাদ্যৰ পৰা এলাৰ্জি হৈছে৷ কিন্তু যুৱকৰ অতীতৰ কথা শুনি চকু কঁপালত উঠিছিল চিকিৎসকৰো৷ যুৱকজনে নিজেই জনাইছিল যে এই এলাৰ্জি তেওঁৰ সাধাৰণ এলাৰ্জি নহয়৷ ১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰ যেতিয়া স্বমেহন কৰিছিল তেতিয়াৰে পৰাই এই সমস্যাৰ সূত্ৰপাত৷ ইয়াৰপাছতেই যেতিয়াই তেওঁ সংগম কৰিছে তেতিয়াই তেওঁৰ এই সমস্যা হৈছে৷

ইয়াৰপাছতেই বিভিন্ন ধৰণৰ পৰীক্ষা কৰে চিকিৎসক দলে৷ তাতেই দেখা যায় যে যুৱকজনৰ নিজৰ বীৰ্যতেই এলাৰ্জি আছে৷ ৰিপৰ্টত কোৱা হৈছে, যুৱকৰ উপসৰ্গসমূহৰ মাজত আছে নাকৰ পৰা পানী পৰা, চকু ৰঙা হোৱা, কনজাংটিভাইটিছ, পেটৰ বিষ, পাতলা পায়খানা, প্ৰস্ৰাৱত যন্ত্ৰণা, ক্লান্তি, গাৰ বিষ, ব্ৰেইন ফগ অৰ্থাৎ ঠিকমতে চিন্তাভাৱনা কৰিব নোৱৰা, কথাকোৱাত অসুবিধা আদি৷ সাধাৰণতে বীৰ্যপাতৰ দুইৰ পৰা তিনি ঘণ্টা পাছৰে পৰা এই উপসৰ্গই দেখা দিবলৈ আৰম্ভ কৰে৷ এই উপসৰ্গ থাকে তিনি দিন পৰ্যন্ত৷

গৱেষণাপত্ৰত জনোৱা হৈছে যে বিজ্ঞানৰ ভাষাত এই অসুখৰ নাম ‘পোষ্ট অৰ্গেজমিক ইলনছ ছিনড্ৰোম বা পিওআইএছ৷ ৰোগবিধ খুবেই বিৰল৷ এই ৰোগ বৰ্তমান পৰ্যন্ত বিশ্বৰ মাত্ৰ ৫০০ জন ব্যক্তিৰ শৰীৰতহে পোৱা গৈছে৷ যুৱকক সুস্থ কৰিবলৈ বিভিন্ন ধৰণৰ এলাৰ্জি ৰোধক ঔষধৰ মিশ্ৰন ব্যৱহাৰ কৰি এক বিশেষ চিকিৎসাপদ্ধতি প্ৰয়োগৰ পৰিকল্পনা কৰিছে চিকিৎসকে৷ সাত মাহ ধৰি এই চিকিৎসা কৰিব লাগিব যুৱকজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী
বাণিজ্য

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

June 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে
বিনোদন

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

June 21, 2026
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?
বিশ্ব

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

June 21, 2026
Next Post
৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.