• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

1 year ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

27 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

58 minutes ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

2 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

2 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

5 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

18 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

19 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ

editor by editor
February 21, 2025
in জীৱনশৈলী
0
৬০ বছৰ পাছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, চকুত লগা উন্নতি এই ৩ৰাশিৰ জাতকৰ
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এই বছৰ মহাশিৱৰাত্ৰি পৰিছে ২৬ ফেব্ৰুৱাৰীত৷ পুৰাণ অনুসৰি ধাৰণা কৰা হয় এই দিনটোতেই বিবাহ বন্ধনত আৱদ্ধ হৈছিল মহাদেৱ আৰু পাৰ্বতী৷ মহাদেৱৰ আৰাধনা কৰাৰ বাবে সমগ্ৰ বছৰৰ ভিতৰত মহাশিৱৰাত্ৰি সকলোতকৈ গুৰুত্বপূৰ্ণ দিন৷ সেয়ে শিৱভক্তসকলে এই দিনটোত উপবাসে থাকি বা নিশা জাগি থাকি শিৱপূজা কৰে৷

মহাশিৱৰাত্ৰিৰ শুভ যোগ

জ্যোতিষ গণনা অনুসৰি এই বছৰ মহাশিৱৰাত্ৰিত অত্যন্ত শুভ যোগ পৰিছে৷ মহাশিৱৰাত্ৰিত থাকিব ধনিষ্ঠা নক্ষত্ৰ, পৰিঘ যোগ, শকুনি কৰণ আৰু সেই সময়ত চন্দ্ৰইয়ো গোচৰ কৰিব মকৰ ৰাশিত৷ ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এই শুভ যোগ পৰিছে৷ জ্যোতিষবিদে জনাইছে যে মহাশিৱৰাত্ৰিত এই শুভ যোগৰ প্ৰভাৱত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব তিনি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক মহাশিৱৰাত্ৰিত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মহাশিৱৰাত্ৰিৰ শুভ যোগ

জ্যোতিষ গণনা অনুসৰি এই বছৰ মহাশিৱৰাত্ৰিত অত্যন্ত শুভ যোগ পৰিছে৷ মহাশিৱৰাত্ৰিত থাকিব ধনিষ্ঠা নক্ষত্ৰ, পৰিঘ যোগ, শকুনি কৰণ আৰু সেই সময়তেই চন্দ্ৰই গোচৰ কৰিব মকৰ ৰাশিত৷ ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এইসমূহ শুভ যোগ পৰিছে৷ জ্যোতিষবিদে জনাইছে যে মহাশিৱৰাত্ৰিত এইসমূহ যোগৰ প্ৰভাৱত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব তিনি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক মহাশিৱৰাত্ৰিত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

বৈদিক জ্যোতিষৰ হিচাপত মহাশিৱৰাত্ৰি শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ মহাশিৱৰাত্ৰীৰ পৰাই সোনালী সময় আৰম্ভ হ’ব মেষৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ টকা পইছা আপোনাৰ হাতলৈ আহিব আৰু নিজৰ খৰচো আপুনি হিচাপত কৰিব৷ ইয়াৰোপৰি এই সময়ত পছন্দমতে চাকৰি পাব পাৰে মেষ ৰাশিৰ জাতকে৷ অফিচত আপোনাৰ কামত প্ৰশংসা পাব আৰু সমাজত প্ৰতিপত্তি বাঢ়িব৷

মিথুন ৰাশি

মহাশিৱৰাত্ৰিৰ পৰা ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ মজবুত হ’ব৷ আৰ্থিক ভাৱেই সৌভাগ্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ প্ৰেমত মাধুৰ্য বাঢ়িব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ত লাভ বাঢ়িব আৰু পিতৃ মাতৃক নিজৰ কাষত পাব৷ এই সময়ত আপোনাৰ মনত সুখ ভৰপুৰ থাকিব৷

সিংহ ৰাশি

মহাশিৱৰাত্ৰিৰ পৰা প্ৰচুৰ সুখ সৌভাগ্য থাকিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত কোনো আৰ্থিক প্ৰকল্পত বিনিয়োগ কৰি বৃহৎ মুনাফা লাভ কৰিব পাৰিব আপুনি৷ স্বাস্থ্য ভালে থাকিব৷ দীৰ্ঘদিনৰ কোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ কৰোবাত পাবলগীয়া টকা উভতাই পাব৷ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷ মাটি সংক্ৰান্তিয় কামত সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
Next Post
২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৫০ টকা মাহিলী জমা কৰি পাব ২৯ লাখ টকা, SBIৰ এই বিশেষ স্কিমৰ কথা আজিয়েই জানি থওক

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.