• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

2 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

1 hour ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

2 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

2 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

3 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

3 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

4 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

5 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

6 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

7 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

8 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

২৬ য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি

editor by editor
February 21, 2025
in জীৱনশৈলী
0
২৬য়েই নহয় ২৭তো কৰিব পাৰিব মহাদেৱৰ পূজা! মহাশিৱৰাত্ৰিত কেতিয়া কৰিব চাৰি প্ৰহৰৰ পূজা? জানক শিৱপূজাৰ বিধি
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এইদিনটোত মহাদেৱ আৰু পাৰ্বতী বিবাহ বন্ধনত আৱদ্ধ হৈছিল৷ আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ শিৱভক্তসকলৰ ওচৰত এই দিনটোৰ বিশেষ মাহাত্ম্য আছে৷ দিনজুৰি নিৰ্জলা উপবাস ৰাখি নিশা জাগি শিৱপূজা কৰে বহু ভক্তই৷ এই দিনটোত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰা হয়৷ মহাশিৱৰাত্ৰিত সকলো বিধি মানি দেবাদিদেৱৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদত সকলো দুঃখ কষ্টৰ পৰা মুক্তি পোৱা যায়৷

মহাশিৱৰাত্ৰিৰ চাৰি প্ৰহৰৰ পূজা

পঞ্জিকা অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১ বাজি ৮ মিনিটত পৰিব ফাল্গুনী কৃষ্ণা চতুৰ্দশী তিথি৷ চতুৰ্দশী তিথি থাকিব ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিৰ পূজা যিহেতু নিশা হয় সেয়ে ২৬ ফেব্ৰুৱাৰীৰ নিশাও মহাদেৱৰ আৰাধনা চলিব৷

পূজাৰ সময়

২৬ ফেব্ৰুৱাৰীৰ নিশা ১২ বাজি ৯ মিনিটৰ পৰা নিশা ১২ বাজি ৫৯ মিনিট পৰ্যন্ত চলিব নিশিতা কাল৷

প্ৰথম প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰী সন্ধিয়া ৬বাজি ১৯ মিনিটৰ পৰা নিশা ৯বাজি ২৬ মিনিট পৰ্যন্ত৷

দ্বিতীয় প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ২৬ মিনিটৰ পৰা নিশা ১২ বাজি ৩৪ মিনিট পৰ্যন্ত৷

তৃতীয় প্ৰহৰৰ পূজা হ’ব নিশা ১২ বাজি ৩৪ মিনিটৰ পৰা নিশা ৩ বাজি ৪১ মিনিট পৰ্যন্ত৷

চতুৰ্থ প্ৰহৰৰ পূজা হ’ব ২৬ ফেব্ৰুৱাৰীৰ নিশা ৩ বাজি ৪১ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বাজি ৪৮ মিনিট পৰ্যন্ত৷

জলাভিষেকৰ শুভ সময়

মহাশিৱৰাত্ৰিত মহাদেৱৰ জলাভিষেক কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই দিনটোত পুৱা ৬ বাজি ৪৭ মিনিটৰ পৰা পুৱা ৯ বাজি ৪২ মিনিটৰ মাজত জলাভিষেক কৰক৷ ইয়াৰ পাছত পুৱা ১১ বাজি ৬ মিনিটৰ পৰা দিনৰ ১২ বাজি ৩৫ মিনিটৰ ভিতৰত শিৱলিংগত আকৌ জলাভিষেক কৰিব পাৰে৷ ইয়াৰপাছতেই জলাভিষেকৰ সময় আছে বিয়লী ৩ বাজি ২৫ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৮ মিনিট পৰ্যন্ত৷ মহাশিৱৰাত্ৰিত শেষ জলাভিষেক কৰিব পাৰিব নিশা ৮ বাজি ৫৪ মিনিটৰ পৰা নিশা ১২ বাজি ১ মিনিট পৰ্যন্ত৷

মহাশিৱৰাত্ৰিৰ পূজাবিধি

চাৰি প্ৰহৰৰ পূজাৰ সময়ত মহাদেৱৰ ৰুদ্ৰাভিষেক আৰু যজ্ঞ হয়৷ এই শুভ দিনত পঞ্চামৃত দি শিৱলিংগৰ অভিষেক কৰক৷ ইয়াৰপাছতেই ৮লোটা জাফৰান মিশ্ৰিত পানী শিৱলিংগত নিবেদন কৰক৷ মহাশিৱৰাত্ৰিত পূজা ঘৰৰ প্ৰদীপ যাতে গোটেই নিশা জ্বলি থাকে সেই কথাত মন দিব৷ চন্দনৰ তিলক লগাওক৷ বেলপাত, ভাং, ধতুৰা, কুঁহিয়াৰৰ ৰস, পদ্মবীজ, ফল আৰু মিঠাই দি পূজা কৰক৷

মহাশিৱৰাত্ৰিৰ মন্ত্ৰ

মহাশিৱৰাত্ৰিত মহাদেৱৰ এই মন্ত্ৰসমূহ জপ কৰক- ঔম নম ভাগবনে ৰুদ্ৰায়, ঔম নমহঃ শিৱায় ৰুদ্ৰায় শন্তবায় ভৱানীপতায়ে নম নমহঃ৷ ইয়াৰ সৈতে শিৱ পুৰাণ জপ কৰিলেও উপকাৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
Next Post
ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে  IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.