• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

1 year ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

23 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

47 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

10 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

11 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

13 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

15 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

editor by editor
February 21, 2025 - Updated on February 27, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাসৰ সকলোতকৈ ডাঙৰ শিশু যৌন কেলেংকাৰীৰ ভিতৰত এয়াও অন্তৰ্ভূক্ত৷ কমেও ২৯৯ গৰাকী ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ফ্ৰান্সৰ এক চিকিৎসকৰ বিৰুদ্ধে৷ চিকিৎসকৰ বিৰুদ্ধে যিসকল ৰোগীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে তাৰ ভিতৰত বেছিভাগেই শিশু৷ শিশুক অচেতন কৰি যৌন নিপীড়ন চলাইছিল চিকিৎসকগৰাকীয়ে বুলি ভয়াৱহ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে৷

ধৃত চিকিৎসকৰ নাম জোৱেল লে স্কুয়াৰ্নেক৷ ফ্ৰান্সৰ শল্য চিকিৎসক৷ অথচ সেই শিক্ষিত ভদ্ৰ, মাৰ্জিত মুখৰ আঁৰত আছে সম্পূৰ্ণ এক পৃথক চেহেৰা৷ অভিযোগ যে ২৫ বছৰ ধৰি চিকিৎসকৰ ৰূপ ধৰি এগৰাকীৰ পাছত এগৰাকী নাৰীৰ ওপৰত চলাই গৈছিল যৌন নিপীড়ন৷

৭৪ বছৰীয়া এই বৃদ্ধ চিকিৎসকৰ বিৰুদ্ধে ১১১ টা ধৰ্ষণ আৰু ১৮৯ টা যৌন নিপীড়নক অভিযোগ উঠিছে৷ শিশুৱেই মূলত তেওঁৰ বিকৃত কামভাৱৰ চিকাৰ হৈছে৷ স্থানীয় সংবাদমাধ্যমৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে ২৯৯ জনৰ ভিতৰত ২৫৬ গৰাকীয়েই  শিশু৷ জোৱেলৰ চিকাৰৰ মাজত সকলোতকৈ কমবয়সীয়া আছিল এগৰাকী এবছৰীয়া শিশু৷ তেওঁৰ যৌন লালসাৰ হাতৰ পৰা ৰেহাই পোৱা নাছিল শিশুটিৱেও৷ ৭০ বছৰ বয়সীয়া এগৰাকী বৃদ্ধাও তেওঁৰ লালসাৰ চিকাৰ হৈছে বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে ৰিপৰ্ট৷

২০১৭ চনত ৬ বছৰ বয়সীয়া এগৰাকী প্ৰতিবেশীক ধৰ্ষণৰ পাছত ধৃত চিকিৎসকৰ মুখা খোল খাই৷ অভিযোগ পাই পশ্চিম ফ্ৰান্সৰ আৰক্ষীয়ে জোয়েলৰ ঘৰত তালাচি চলাই হতবাক হৈ যায়৷ চিকিৎসকৰ ঘৰৰ পৰা উদ্ধাৰ হয় সংগমৰ বাবে ব্যৱহাৰ কৰা পুতলা আৰু শিশু পৰ্নগ্ৰাফীৰ চিডি৷ সকলোবোৰৰ পৰিমাণ ইমানেই বেছি আছিল যে চকু কঁপালত উঠে তদন্তকাৰী বিষয়াৰো৷

ফৰাছী আৰক্ষীয়ে জনাইছে যে তালাছিত তেওঁলোকে এখন ইলেক্ট্ৰনিক ডায়েৰিও উদ্ধাৰ কৰিছে৷ এই ডায়েৰিত প্ৰায় তিনি দশক ধৰি অঞ্চলৰ হাস্পতালসমূহত শত শত ৰোগীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ বিৱৰণ নিজেই লিপিবদ্ধ কৰি ৰাখিছে৷ এগৰাকী শিশু প্ৰতিবেশী, তেওঁৰ দুই ভগ্নী আৰু ৪বছৰীয়া এগৰাকী ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত স্কুয়াৰ্নেকক ২০২০ চনত ১৫ বছৰৰ কাৰাদণ্ড বিহা হয়৷ এতিয়াও কাৰাগাৰত আছে সেই ধৃত চিকিৎসক৷

আগন্তুক ২৪ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ এখন আদালতত ৭৪ বছৰ বয়সীয়া স্কুয়াৰ্নেকৰ বিৰুদ্ধে ভয়াৱহ শিশু যৌন নিৰ্যাতনৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ২০০৫ চনত শিশু পৰ্নগ্ৰাফীৰ বাবে দোষী সাব্যস্ত হোৱা সত্ত্বেও স্কুয়াৰ্নেকে ২০১৭ চনত গ্ৰেপ্তাৰীৰ পূৰ্বলৈকে চৰকাৰী হাস্পতালত কাম কৰি আছিল৷ এই বিষয়ক লৈ দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ ওচৰত কাৰণ জানিব খুজিছিল ৰয়টাৰ্ছে৷ কিন্তু ফ্ৰান্স চৰকাৰে এই সন্দৰ্ভত কোনো উত্তৰ দিয়া নাছিল ৰয়টাৰ্ছক৷

অভিযোগ অনুসৰি ১৯৮৯ চনৰ পৰা ২০১৪ চনৰ মাজত জোয়েলে যৌন নিপীড়নৰ ঘটনাসমূহ কৰি গৈছে৷ সেই সময়ত জোৱেলে পশ্চিম ফ্ৰান্সৰ কেইবাখনো হাস্পতালত কাম কৰিছিল৷ পেছা আৰু পদৰ অপব্যৱহাৰ কৰি দু’দশকৰ বেছি সময় ধৰি কুকীৰ্তি চলাই গৈছিল ধৃত জোৱেলে৷

২০০৫ চনত শিশু পৰ্নগ্ৰাফী ৰখাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পাছত জোৱেলক চাৰি মাহৰ কাৰাদণ্ড দিয়া হয়৷ তাৰপাছতেই ধৃত চিকিৎসক জোৱেলে কুইম্পেৰল পাব্লিক হাস্পতালত শল্য চিকিৎসকৰ চাকৰিত যোগদান কৰে৷ ২০১৭ চনত লে স্কুয়াৰ্নেকৰ ডায়েৰিৰ সন্ধান পোৱাৰ পাছত তদন্তকাৰীৰ হাস্পতালৰ ৰেকৰ্ডৰ সৈতে ডায়েৰিৰ বৰ্ণনা মিলাই সাম্ভাৱ্য নিৰ্যাতিতাক বিচৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ কিন্তু তথ্য লাভ নকৰিলে৷ কাৰণ ৰোগী অজ্ঞান থাকোতেই এই কুকৰ্ম কৰিছিল ধৃত চিকিৎসকে৷

এগৰাকী ৰোগীৰ কথা ৰয়টাৰ্ছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ ২০০৭ চনত মেথিছ ভিনেটৰ বয়স যেতিয়া ১০ বছৰ, তেতিয়াই এবাৰ তেওঁৰ প্ৰচণ্ড পেটৰ বিষ গৈছিল৷ তেতিয়াই পিতৃয়ে তেওঁক কুইম্পেৰেল হাস্পতাললৈ লৈ যায়৷ নিশা ভৰ্তি কৰোৱা হয় হাস্পতালত৷ সেই সময়ত তাতেই আছিল জোৱেল৷ তাতেই জোৱেলে কৰি পেলাই কুকৰ্ম৷ আদালতৰ নথি অনুসৰি স্কুয়াৰ্নেকে তেওঁৰ ডায়েৰিত দিনৰ পাছত দিন ধৰি কেনেকৈ একোগৰাকী শিশুক যৌন নিৰ্যাতন কৰিছিল সেই কথাও লিপিবদ্ধ কৰিছে৷ প্ৰতিবাৰেই ৰোগীৰ যৌনাংগ অনুপযুক্তভাৱে স্পৰ্শ কৰিছিল চিকিৎসক জোৱেলে৷ এই কথা নিজেই জনাইছে জোৱেলে৷

ৰোলেণ্ড ভিনেটে জনাইছে যে হাস্পতালৰ পৰা ওভতাৰ পাছত মেথিছ আৰু পূৰ্বৰ দৰে নাছিল৷ পৰবৰ্তী জীৱনত মাদকাসক্তিত ডুবিছিল ভিনেট৷ আৰক্ষীৰ ওচৰত দিয়া তথ্যত তেওঁ নিৰ্যাতনৰ সকলো তথ্যই স্পষ্টভাৱে জনাইছিল৷ সংবাদসংস্থা এ এফ পিয়ে জনাইছে যে ২৪ ফেব্ৰুৱাৰীত এক আদালতত জোৱেলৰ বিচাৰ আৰম্ভ হৈছে৷ জোৱেলৰ বিৰুদ্ধে সাক্ষীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব বন্ধ দুৱাৰৰ ভিতৰত৷ যিসকলে সাক্ষ্য দিব তাৰ বেছিভাগেই শিশু বয়সত জোৱেলৰ নিপীড়নৰ চিকাৰ হৈছে৷ যদি জোৱেল দোষী সাব্যস্ত হয় তেন্তে কাৰাদণ্ডৰ ম্যাদ সৰ্বোচ্চ ২০ বছৰ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
Next Post
মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.