• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

2 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

49 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

1 hour ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

1 hour ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

2 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

4 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

5 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

6 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ

editor by editor
February 21, 2025
in জীৱনশৈলী
0
৩০ বছৰৰ পাছত মীন ৰাশিত যুঁটি বান্ধিব সূৰ্য-শনিয়ে, মাৰ্চত চকুত লগা উন্নতি খাটাং ৫ৰাশিৰ
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ গোচৰৰ দিশৰ পৰা মাৰ্চ মাহত একাধিক গুৰুত্বপূৰ্ণ ঘটনা দেখিবলৈ পোৱা যাব৷ ইয়াৰ মাজত সকলোতকৈ উল্লেখযোগ্য হৈছে শনিৰ গোচৰ৷ শনি বৰ্তমান আছে কুম্ভ ৰাশিত৷ আগন্তুক ২৯ মাৰ্চত কুম্ভ এৰি শনিয়ে মীন ৰাশিত গোচৰ কৰিব৷ ৩০ বছৰ পাছত শনি মীন ৰাশিলৈ আহিব৷ শনি যিসময়ত মীন ৰাশিলৈ আহিব, তাৰপূৰ্বৰে পৰাই মীন ৰাশিত অৱস্থান কৰিব সূৰ্যই৷ ফলত তিনি দশক পাছত মীন ৰাশিত যুঁটি বান্ধিব দুই শত্ৰু গ্ৰহ সূৰ্য আৰু শনিয়ে৷ আকৌ ১৫ মাৰ্চত মীন ৰাশিতেই অস্ত যাব বুধ৷ মাহৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী হ’ব শুক্ৰ৷ একেই ৰাশিত এইসমূহ মহাজাগতিক ঘটনাৰ ফলত উল্লেখযোগ্য প্ৰভাৱ পৰিব আমাৰ জীৱনত৷ জানি থওক আগন্তুক মাহত ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

মাৰ্চ মাহত মেষ ৰাশিৰ জাতকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ এই সময়ত আপোনাৰ মাজত পৃথক আত্মবিশ্বাস লক্ষ্য কৰা যাব৷ নিজৰ সিদ্ধান্তৰ কথা আপুনি সাহসেৰে সকলোকে জনাব পাৰিব৷ নিজে লোৱা সাহসী সিদ্ধান্তৰ পৰা লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ আৰ্থিক পৰিস্থিতিতো উন্নতি হ’ব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷

মিথুন ৰাশি

মাৰ্চ মাহ মিথুন ৰাশিৰ জাতকৰ জীৱনত নতুন উন্নতিৰ জোৱাৰ আহিব৷ এই মাহত আপুনি সকলো কামতে সাফল্য পাব৷ আমদানি ৰপ্তানিৰ কামৰ সৈতে যিসকল যুক্ত তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ প্ৰযুক্তিগত জ্ঞান কামত লগাই সাফল্য পাব৷ চাকৰিয়াল আৰু ব্যৱসায়ী সকলোৰে আৰ্থিক উন্নতি হ’ব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে মাৰ্চ মাহ বিশেষ লাভজনক হ’ব৷ এই সময়ত আপুনি নিজৰ কেৰিয়াৰত বেছ পজিটিভ পৰিবৰ্তন দেখা পাব৷ চাকৰিয়ালৰ কৰ্মস্থানত পৰিবৰ্তন আহিব৷ অফিচত প্ৰমোছন পাব পাৰে৷ মাহৰ শেষ ভাগত সৌভাগ্য আৰু বেছি উজলি উঠিব৷ উপাৰ্জন দ্বিগুন হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷

কুম্ভ ৰাশি

মাৰ্চ মাহত নানান সুখবৰ পাব কুম্ভ ৰাশিৰ জাতকে৷ সমাজত উচ্চপদস্থ মানুহৰ সংস্পৰ্শলৈ আহিব আপুনি৷ আৰ্থিক পৰিস্থিতিতো উন্নতি কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ সাফল্য পালেও তাৰ সৈতে পৰিশ্ৰমো বাঢ়িব৷ নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব৷ কোনো চৰকাৰী কামত সাফল্য পাব৷ মাৰ্চত আয় বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷

মীন ৰাশি

আৰামেৰে মাৰ্চ মাহটো কটাব পাৰিব মীন ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনৰ সকলো দুঃখ কষ্ট দূৰ হ’ব৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব৷ অফিচত বছ আৰু সহকৰ্মীসকলৰ সহায়তা পাব মীন ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ কৰ্মসূত্ৰে বিদেশ যাত্ৰাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
Next Post
মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকুম্ভ মেলাৰ পৰা লাখ লাখ কোটি উপাৰ্জন যোগী চৰকাৰৰ, হিচাপ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.