• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে  IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

2 years ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

1 hour ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

2 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

3 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

3 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

16 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

17 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

17 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

18 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

18 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

18 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

19 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’

editor by editor
February 21, 2025
in ক্ৰীড়া, ভাৰত, লেখা
0
ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে! দাবী IIT বাবাৰ, কি কি কৈছে  IIT বাবাই, লিংকত ক্লিক কৰি চাওক ভিডিঅ’
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফিত দেওবাৰে ভাৰতৰ সন্মুখত পাকিস্তান৷ চেম্পিয়নছ ট্ৰফিত বৃহস্পতিবাৰে প্ৰথম মেচ খেলিছে ভাৰতে৷ বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে মেচ খেলি চেম্পিয়নছ ট্ৰফিত খেল আৰম্ভ কৰিছে ৰোহিত শৰ্মাৰ দলে৷ দ্বিতীয় মেচ আছে দেওবাৰে৷ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলত নামিব ভাৰত৷ চিৰকালেই ক্ৰিকেটপ্ৰেমীৰ মাজত ভাৰত-পাকিস্তানৰ মেচক লৈ উত্তেজনা তুংগত থাকে৷ দেওবাৰে মেচৰ বাবেও একেই উত্তেজনা পুঁহি ৰাখিছে প্ৰতিজন ক্ৰিকেটপ্ৰেমীয়ে৷ কিন্তু এই মেচত কোন জিকিব সেয়া পূৰ্বেই জনাই দিছে এজন ব্যক্তিয়ে৷ তেওঁ আন কোনো নহয় তেওঁ মহাকুম্ভত ভাইৰেল হোৱা IIT বাবা অভয় সিং৷

অভয়ে আত্মবিশ্বাসেৰে দাবী কৰিছে যে ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতৰ হৰুৱাব পাকিস্তানে৷ বহু চেষ্টা কৰিও জিকিব নোৱাৰিব ৰোহিতবাহিনীয়ে৷ অভয়ৰ এই মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ (ভাইৰেল ভিডিঅ’টো কিমান সত্য সেই সম্পৰ্কে নিশ্চিত নহয় অসম লাইভ২৪৷ ভাইৰেল ভিডিঅ’ৰ আধাৰত এই নিউজ লিখা হৈছে৷)
https://x.com/gharkekalesh/status/1892534713945932083
ভাইৰেল সেই ভিডিঅ’ত IIT বাবাক কোৱা শুনা গৈছে যে, ‘এইবাৰ ভাৰত জিকিব নোৱাৰিব৷ নিশ্চিতভাৱে হাৰিব৷ ভাৰতীয় দলক চেলেঞ্জ কৰি তেওঁ কৈছে, ‘মই যদি কওঁ ভাৰত হাৰিব, মোৰ কথাক মিছা প্ৰমাণিত কৰি ভাৰত জিকি দেখুৱাওক৷’ তেওঁ এই দাবী কৰিছে যে, ‘ভাৰতেই মেচ জিকিব পৰা কেপাচিটি আছিল কিন্তু এইবাৰৰ ফলাফল ভাল নহ’ব ভাৰতৰ৷’ অভয়ৰ সেই মন্তব্য্যই বিতৰ্কৰ জন্ম দিছে সামাজিকমাধ্যমত৷ ক্ষোভপ্ৰকাশ কৰিছে ভাৰতীয় দলৰ সমৰ্থকসকলে৷ ভাইৰেল ভিডিঅ’টো বৃহস্পতিবাৰে ‘ঘৰ কা কলেছ নামৰ এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল৷ ইতিমধ্যেই বহু মানুহে ভিডিঅ’টো দেখা পাইছে৷ ভিডিঅ’টো দেখি কাঢ়া প্ৰতিক্ৰিয়াও জনাইছে নেট নাগৰিকৰ একাংশই৷ ধেমালী কৰি এজনে লিখিছে, ‘এই মেচৰ কথা কৈ আই আইটি বাবাই তেওঁৰ সম্পূৰ্ণ কেৰিয়াৰলৈ বিপদ মাতিছে৷’ অন্য এজনে আকৌ লিখিছ্, ‘ভাইয়ে নিজকে ঈশ্বৰ ভাৱিছে, ভাৰত অৱশ্যেই জিকিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
Next Post
ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

ৰক্ষকেই ভক্ষক, কাক কৰিব বিশ্বাস? বৃদ্ধ চিকিৎসকৰ লালসাৰ চিকাৰ ১ৰ পৰা ৭০ বছৰীয়া ৰোগী, নিপীড়িত ২৯৯গৰাকী! কেনেকৈ চলাই গৈছিল কু-কৰ্ম, সবিশেষ

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ! মাহিলী পাব ৫০০০ কৈ টকা, আৱেদনৰ শেষ তাৰিখ কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.