• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

1 year ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

1 hour ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

2 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

2 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

3 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

18 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

18 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

19 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

20 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

20 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

22 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
June 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
আহাৰৰ অমাবস্যাত আৰ্দ্ৰা নক্ষত্ৰ, সকলো কামতেই উন্নতি কৰিব পাৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বুধবাৰ ২৫ জুন ২০২৫৷ চন্দ্ৰই আজি দিনজুৰি মিথুন ৰাশিত গোচৰ কৰিব৷ সূৰ্যইয়ো এতিয়া মিথুন ৰাশিত অৱস্থান কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি আজি বিয়লি ৪ বজা পৰ্যন্ত আষাঢ়ৰ কৃষ্ণা অমাবস্যা তিথি৷ তাৰপিছতেই আৰম্ভ হব আষাঢ়ৰ শুক্লা প্ৰতিপদ তিথি৷ আজি দিনজুৰি গণ্ড যোগ আৰু বৃদ্ধি যোগৰ প্ৰভাৱ আছে৷ ইয়াৰোপৰি আজি পুৱা ১০ বাজি ৪০ মিনিট পৰ্যন্ত থাকিব মৃগশিৰা নক্ষত্ৰ৷ তাৰপিছতেই আৰম্ভ হব আৰ্দ্ৰা নক্ষত্ৰ৷ আজি ৪ বাজি ৫৪ মিনিটত সূৰ্যোদয় আৰু সন্ধিয়া ৬ বাজি ২৫ মিনিটত সূৰ্যাস্ত হব৷ হিন্দুধৰ্ম অনুসৰি বুধবাৰ হৈছে সিদ্ধিদাতাৰ দিন৷ আজি কেইটামান ৰাশিৰ জাতকৰ দিন খুবেই ভালধৰণে পাৰ হব৷ অন্যান্য ৰাশিৰ জাতক আজি নানান সৰু বৰ সমস্যাত পৰিব পাৰে৷ আজি কেইটামান ৰাশিৰ সময় ভাল৷ কোন কোন ৰাশিৰ জাতক সাৱধানে থাকিব? জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনত আজি কিছু খামখেয়ালি থাকিব পাৰে৷ নিজৰ উপাৰ্জন কৰা ধনৰ এটা বৃহৎ অংশ জমা কৰিব পাৰিব৷ খং নিয়ন্ত্ৰণ নকৰিলে অশান্তি লাগিয়েই থাকিব৷ ঘৰ ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ পঢ়াশুনাত খৰচ বাঢ়িব৷ চাকৰিৰ কাৰণে দূৰৈলৈ বদলি হব পাৰে৷

বৃষ ৰাশি

পৰ্যটন ব্যৱসায়ত আজি লাভজনক হব৷ পৰীক্ষাত ভাল ফল নাপালেও নিজকে সংশোধন কৰিব পাৰে৷ বিবাহৰ যোগ থাকিলেও কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰা জৰুৰী৷ কৰ্মক্ষেত্ৰত সমালোচনাৰ মুখত পৰিব পাৰে৷ সৰু ভায়েক ভনীয়েক বা প্ৰতিবেশীৰ পৰা উপহাৰ পাব পাৰে৷

মিথুন ৰাশি

কৰ্মক্ষেত্ৰত আজি উৎকণ্ঠা বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ ভাল বন্ধুৰ সংগ পাব৷ মূল্যবান বৈদ্যুতিন সামগ্ৰী ক্ৰয়ৰ বাবে ধন খৰচ কৰিব পাৰে৷ সংগীত জগতৰ সৈতে যুক্ত ব্যক্তিয়ে আজি বিশেষ পৰিচিতি আৰু সুনাম পাব৷ নিজৰ মতামত প্ৰকাশ কৰি সম্পৰ্কত জটিলতা আহিব পাৰে৷ কাম এৰাই চলাই ভাল৷

কৰ্কট ৰাশি

ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ পৰিয়ালৰ বয়স্ক ব্যক্তিয়ে হঠাৎ শৰীৰ বেয়া হব পাৰে৷ যিসকলে বদলিৰ চাকৰি কৰিছে তেওঁলোকে আজি পছন্দৰ স্থানলৈ ট্ৰান্সফাৰ হব পাৰে৷ চৰকাৰী চাকৰিয়ালে আজি পদোন্নতিৰ সম্ভাৱনা আছে৷ হাঁপানী বা শ্বাসকষ্টৰ সমস্যাত কষ্ট পাব পাৰে৷

সিংহ ৰাশি

ডিঙিৰ সমস্যাত কষ্ট পাব পাৰে সিংহ ৰাশিৰ জাতকে৷ প্ৰেমৰ সম্পৰ্ক পৰিণয়ৰ দিশত আগুৱাব পাৰে৷ বহুদিনৰ প্ৰচেষ্টাত ফল হিচাপে ব্যৱসায়ত আজি বৃহৎ সাফল্য পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰাপ্য পুৰস্কাৰ পাব পাৰে৷ ঔষধ আৰু লোহাৰ ব্যৱসায়ত আজি লাভজনক হব৷

কন্যা ৰাশি

দীৰ্ঘদিন ধৰি চলা পাৰিবাৰিক সমস্যাৰ সমাধান হব৷ পুৰণি ৰোগে নতুনকৈ কষ্ট দিব পাৰে৷ পৰিচিত ব্যক্তিক অৰ্থ সাহায্য কৰিলে প্ৰতাৰিত হব পাৰে৷ কৰ্মক্ষেত্ৰত নিজৰ বুদ্ধি দোষত হিচাপৰ খেলিমেলি হব পাৰে৷ অকৃতজ্ঞ মানুহৰ পৰা দূৰত্ব বজায় ৰাখক৷
তুলা ৰাশি
অৰ্থনৈতিক স্বাচ্ছন্দ্ৰ্য থাকিব, স্বাস্থ্যক লৈ দুশ্চিন্তা বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ ইউৰিনেল বা প্ৰস্ৰাৱ সংক্ৰান্তিয় সমস্যাত কষ্ট পাব পাৰে৷ নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷ একাধিক ব্যৱসায়ৰ পৰা আয় বাঢ়িব পাৰে৷ স্থানীয় ব্যক্তিৰ সৈতে মতান্তৰ হব পাৰে৷ কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বাঢ়িব৷
বৃশ্চিক ৰাশি
সংক্ৰামকৰ ৰোগত ভোগাৰ প্ৰৱণতা বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ দাম্পত্যত মতান্তৰ আহিব৷ ৰাজনৈতিক ব্যক্তিৰ জনসংযোগ ক্ষমতা বাঢ়িব৷ গাড়ী ক্ৰয়ৰ যোগ আছে৷ শিল্প আৰু কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ পথ প্ৰশস্ত হব৷ বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

কোনো প্রভাৱশালী ব্যক্তিয়ে সৎ পৰামৰ্শ আজি পাব পাৰে৷ কান আৰু ডিঙিৰ সমস্যাত কষ্ট পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত কথাৰ কটাকটি হব পাৰে৷ শৰীৰৰ কৰোবাত আঘাত পালে ৰক্তপাত হোৱাৰ আশংকা আছে৷ দাম্পত্য জীৱনত মতান্তৰ হব পাৰে৷

মকৰ ৰাশি

নানান ধৰণৰ চিন্তাভাৱনাৰ কাৰণে আজি সমস্যাত পৰিব পাৰে৷ যথাসময়ত সতৰ্ক নহলে প্ৰতাৰিত বা বঞ্চিত হব পাৰে৷ পাৰিবাৰিক সম্পত্তিত অংশীদাৰৰ সৈতে থকা সমস্যা দূৰ হব৷ কৰ্মক্ষেত্ৰত দীৰ্ঘদিনৰ আশা পূৰণৰ সুযোগ পাব৷ প্ৰতিযোগিতাত সাফল্য পাব৷

কুম্ভ ৰাশি

আজি কৰ্মক্ষেত্ৰত শত্ৰুতা বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ যৌথ বা অংশীদাৰী ব্যৱসায়ত জটিলতা বৃদ্ধিৰ সম্ভাৱনা আছে৷ শিক্ষাক্ষেত্ৰত আশানুৰূপ ফল লাভৰ সুযোগ পাব৷ বিবাহত সাময়িক বাধা আহিব পাৰে৷ জমা টকা আজি অপ্ৰয়োজনত খৰচ হব পাৰে৷

মীন ৰাশি

আইনী গোলমালৰ আজি মীমাংসা হব পাৰে৷ বয়স্ক মহিলাৰ ৰোগ বাঢ়িব৷ নিকট আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে কূটনৈতিক চক্ৰান্তত ব্যৰ্থ হব৷ চকুৰ সমস্যাত কষ্ট পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
Next Post
৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.