• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

1 month ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

17 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

43 minutes ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

2 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

2 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

3 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

3 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

7 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

8 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

সাৱধান! নকৰিব এই ভুল

editor by editor
September 3, 2026
in অপৰাধ, প্ৰযুক্তি, বিবিধ, ভাৰত
0
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইৰ আন্ধেৰীৰ এগৰাকী ৩৩ বছৰীয়া মহিলা চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ ৪৯,৭২০ টকা হেৰুৱাবলগীয়া হৈছে। পুৰণি ৫ টকীয়া নোটৰ বিনিময়ত ২৬.৫ লাখ টকা লাভ কৰাৰ প্ৰলোভন দেখুৱাই মহিলাগৰাকীৰ পৰা এই ধন হৰলুকী কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি আম্বলি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ FIR অনুসৰি, ২৯ আগষ্টত মহিলাগৰাকীয়ে ঘৰত বহি ফেচবুকত Reel চাই আছিল। সেই সময়তে তেওঁ এটা ৰীলত চকু পৰে, য’ত দাবী কৰা হৈছিল যে ‘কইন শ্বপ অল্ড কইন কোম্পানী, মুম্বাই’ নামৰ এটা প্ৰতিষ্ঠানে পুৰণি নোটৰ বিনিময়ত ২৬.৫ লাখ টকা দিব। এই দাবীক সত্য বুলি ভাবি মহিলাগৰাকীয়ে ৰীলটোত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰে। ফোনত কথা পতা ব্যক্তিজনে নিজকে কোম্পানীটোৰ কৰ্মচাৰী বুলি পৰিচয় দিয়ে আৰু কোম্পানীটো কাণ্ডীৱলীৰ পৰা পৰিচালিত হয় বুলি জনায়।

ইয়াৰ পিছত অভিযুক্তই মহিলাগৰাকীক তেওঁৰ হাতত থকা পুৰণি ৫ টকীয়া নোটখনৰ ফটো, আধাৰ কাৰ্ড আৰু নিজৰ ফটো হোৱাটছএপৰ জৰিয়তে পঠিয়াবলৈ কয়। লগতে পৰিচয় পত্ৰ, পঞ্জীয়ন মাচুল আৰু GSTৰ নামত ধন দিব লাগিব বুলিও জনায়। অভিযুক্তই হোৱাটছ এপত জনাইছিল যে ৩০ আগষ্টত কোম্পানীটোৰ এজন প্ৰতিনিধি মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ পুৰণি নোটখন সংগ্ৰহ কৰিব। কিন্তু তাৰ পূৰ্বে পৰিচয় পত্ৰৰ বাবে ৭২০ টকা আৰু পঞ্জীয়নৰ বাবে ১২,৫০০ টকা দিব লাগিব বুলি কয়।

অভিযুক্তৰ কথাত বিশ্বাস কৰি মহিলাগৰাকীয়ে তেওঁলোকে দিয়া বেংক একাউণ্টত ধন ট্ৰেন্সফাৰ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে তেওঁ ১২ হাজাৰ টকা ট্ৰেন্সফাৰ কৰে। ইয়াৰ পিছত পৰিচয় পত্ৰৰ নামত ৭২০ টকা, পঞ্জীয়নৰ নামত ১২ হাজাৰ টকা আৰু GSTৰ নামত ২৪,৫০০ টকা জমা দিয়ে। ইয়াৰ পিছতো অভিযুক্তই বিভিন্ন ধৰণৰ চাৰ্জৰ অজুহাত দেখুৱাই মহিলাগৰাকীৰ পৰা আৰু ১১,৭৭০ টকা সংগ্ৰহ কৰে। এইদৰে কিস্তিত কিস্তিত মহিলাগৰাকীয়ে মুঠ ৪৯,৭২০ টকা হেৰুৱায়।

ধনখিনি লাভ কৰাৰ পিছতে অভিযুক্তই নিজৰ মোবাইল ফোনটো বন্ধ কৰি দিয়ে। আনহাতে, হোৱাটছএপতো মহিলাগৰাকীক ব্লক কৰি দিয়ে। তেতিয়াহে মহিলাগৰাকীয়ে তেওঁ চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা বুলি বুজিব পাৰে। ঘটনাৰ পিছত মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে। আম্বলি আৰক্ষীয়ে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cyber crime
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.