• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

7 months ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

10 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

10 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

11 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

12 hours ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

12 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

13 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

13 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

14 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

14 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

14 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

15 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

editor by editor
October 28, 2025
in জীৱনশৈলী
0
২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মীন ৰাশিত অৱস্থান কৰিছে শনিদেৱে৷ সম্পূৰ্ণ ২০২৬ চন এই অৱস্থানতেই থাকিব৷ শনিয়ে আঢ়ৈ বছৰৰ অন্তৰে অন্তৰে ৰাশি সলনি কৰে৷ শনি খুবেই প্ৰভাৱশালী৷ শনি সদয় হলে ব্যক্তি ধনী হৈ পৰে৷ সকলোক্ষেত্ৰতে সাফল্য আহে৷ কিন্তু শনি বিৰূপ হলে পথলৈ আহে বাধা৷ নানান সমস্যাত পৰিব পাৰে৷ ২০২৬ চনত শনিৰ প্ৰভাৱত ৩ ৰাশিৰ জাতক আৰু জাতিকাই সমৃদ্ধি পাব৷ সমগ্ৰ বছৰ ভালকৈ কটাব৷

মেষ ৰাশি

শনিৰ অৱস্থানে ২০২৬ চনত আপুনি পৰিশ্ৰমৰ ফল পাব৷ ধৈৰ্য্যৰ ফল পাব৷ অতীতৰ পৰা শিক্ষা লৈ আগুৱাই যাব৷ যিমানেই সংযত জীৱনযাপন কৰিব সিমানেই আপুনি শনিৰ কৃপা পাব৷ কেৰিয়াৰত আপুনি আগুৱাই যাব৷ আৰ্থিকভাৱে লাভৱান হ’ব৷ অৰ্থ সম্পৰ্কিত সমস্যা ধীৰে ধীৰে শেষ হ’ব৷ মানসিক শান্তি অনুভৱ কৰিব৷ আত্মবিশ্বাস থাকিব তুংগত৷ অন্যৰ পৰা প্ৰত্যাশা এৰাই চলক৷ নিজৰ ওপৰত ভৰসা ৰাখক৷ উদ্বেগৰ পৰা মুক্তি পাব৷ নতুন ব্যৱসায় বা কাম আৰম্ভ কৰাৰ বাবে ২০২৬ চন অত্যন্ত শুভ৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতক আৰু জাতিকাৰ বাবে ২০২৬ চন দুৰ্দান্ত হ’ব৷ জীৱনত উল্লেখযোগ্য পৰিবৰ্তন সম্ভৱ৷ নিজৰ দায়িত্ব পালন কৰক৷ চেলেঞ্জৰ মুখামুখি হ’ব পাৰে৷ শনিৰ কৃপাত সেয়া দূৰ হব৷ নিজৰ ওপৰত ভৰসা ৰাখক সাফল্য আহিবই৷ কামৰ ধৈৰ্য্য ধৰক৷ যিকোনো পৰিস্থিতিৰ পৰা আপুনি উঠি আহিব পাৰিব৷ শনিৰ পৰীক্ষাত উত্তীৰ্ণ হলে অপাৰ সাফল্যৰ যোগ৷ আপোনাৰ আয় বাঢ়িব৷ কেৰিয়াৰত নতুন দিশা পাব৷

মীন ৰাশি

২০২৬ চনত নিজৰ দায়িত্ব উপলব্ধি কৰিব৷ লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম চলাই গলে সাফল্য আহিবই৷ আপোনাৰ শ্ৰীবৃদ্ধি হব৷ আয় বাঢ়িব৷ আপুনি সঞ্চয় কৰোতে সফল হব৷ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিব৷ কঠিন পৰিস্থিতিত আতংকিত নহ’ব৷ ধৈৰ্য্য, সংযম আৰু আত্মবিশ্বাসক লৈ মোকাবিলা কৰক৷ শনিৰ আশিস পাব৷ আৰু পিছলৈ উভতি নাচাব৷ ২০২৬ চনত উন্নতি কৰিব৷ কেৰিয়াৰত নতুন দিশা পাব৷ চাকৰি আৰু ব্যৱসায়ত আগুৱাই যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ
জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

June 4, 2026
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ
জীৱনশৈলী

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

June 4, 2026
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?
জীৱনশৈলী

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

June 4, 2026
Next Post
টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.