• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

2 weeks ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

13 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

14 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

15 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

16 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

17 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

18 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

editor by editor
October 29, 2025
in জীৱনশৈলী
0
টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?
0
SHARES
930
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ সপোনৰ পৃথিৱীখন ৰহস্যৰে আৱৰা৷ জ্যোতিষশাস্ত্ৰত সপোনৰ নিৰ্দিষ্ট বাখ্যা আছে৷ আপুনি কি সপোন দেখিছে আৰু কেতিয়া দেখিছে তাৰ সৈতে আপোনাৰ ভৱিষ্যৎ জীৱনত কি ঘটিব সেয়া জানিব পাৰি৷ সপোনত টকা দেখাৰ অৰ্থ কি?

কয়েন বা খুচুৰা পইছাৰ সপোন

সপোনত যদি আপুনি দেখে যে আপোনাৰ চাৰিওপাশে প্ৰচুৰ কয়েন বা মুদ্ৰা আছে তেন্তে এই সপোন মুঠেও শুভ নহয়৷ জ্যোতিষবিদে জনাইছে যে কয়েনৰ সপোন দেখাৰ অৰ্থ আপোনাৰ আৰ্থিক পৰিস্থিতি বেয়া হ’বলৈ গৈছে৷ আৰ্থিক ক্ষতিৰ মুখত পৰিব পাৰে আপুনি৷ এইধৰণৰ সপোন দেখিলে কোনো দৰিদ্ৰক অৰ্থ সাহায্য কৰক আৰু কোনো মন্দিৰলৈ গৈ অৰ্থ দান কৰক৷

সপোনত টকা পোৱা

বহু সময়ত আমি সপোনত অন্যৰ পৰা টকা লোৱা দেখো৷ সপোনশাস্ত্ৰ অনুসৰি এই ধৰণৰ সপোন শুভ৷ ইয়াৰ অৰ্থ আপুনি হঠাৎ আপুনি কিছু অৰ্থলাভ কৰিব৷ এই সপোনে আপোনাৰ আৰ্থিক পৰিস্থিতিক মজবুত কৰিব৷ আৰ্থিক সংকট থাকিলে তাৰ পৰা মুক্তি পাব৷

 সপোনত পুৰণি নোট দেখা

সপোনশাস্ত্ৰত কৈছে যে সপোনত পুৰণি নোট দেখা অত্যন্ত অশুভ৷ ইয়াৰ অৰ্থ খুবেই বেয়া সময় আপোনাৰ জীৱনলৈ আহিব৷ কেৰিয়াৰত কিছু সমস্যা আহিব পাৰে৷ এই সপোন দেখিলে কোনো অভাৱী মানুহক তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী দান কৰক৷

ধন চুৰি হোৱা

সপোনত আপোনাৰ টকা চুৰি কৰি কোনোৱে পলাইছে৷ শুনিবলৈ বেয়া লাগিলেও এই সপোন শুভ৷ ইয়াৰ অৰ্থ প্ৰচুৰ অৰ্থ আপুনি লাভ কৰিব৷ ইয়াৰোপৰি আপোনাৰ ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ হব পাৰে৷ এনে সপোন দেখিলেও কাকো নক’ব৷ পুৱাই টোপনিৰ পৰা উঠি মন্দিৰলৈ গৈ দেৱদৰ্শন কৰি আহক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
ৰাহু আৰু কেতুৱে মালামাল কৰিব ৩ ৰাশিক, ২০২৬ চনতেই আৰম্ভ হ’ব গোল্ডেন টাইম

২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন