• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত

2 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

1 minute ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

13 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত

editor by editor
April 14, 2024
in ভাৰত
0
শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, হঠাতে খহি পৰে নিৰ্মীয়মান অট্টালিকাৰ ছাদ, ধ্বংসাৱশেষৰ আজত আৱদ্ধ ৩০ৰো অধিক, ১ নিহত

আজি দেওবাৰে বিয়লি হঠাতে এক অতিকে ভয়ংকৰ ঘটনা সংঘটিত হয়। যি ঘটনাত ইতিমধ্যে ১ জন লোকে প্ৰাণ হেৰুৱাই। বৰ্তমানেও জীৱন-মৃত্যুৰ মাজত আৱদ্ধ হৈ আছে ৩০ৰো অধিক লোক।

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত দেওবাৰে সন্ধিয়া ভাঙি পৰা এটা অট্টালিকাৰ ভিতৰত প্ৰায় ৩০ জন লোক আবদ্ধ হৈ পৰাৰ আশংকা।

স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে এন ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে। সকলো জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও সেই স্থানত উপস্থিত হৈছে।

তথ্য অনুসৰি এই ভৱনটো মুজাফ্ফৰনগৰৰ জনসাথ থানা এলেকাত অৱস্থিত। দেওবাৰে বিয়লি অট্টালিকাটোৰ ছাদখন হঠাতে ভাঙি যায়, য’ত কেইবাজনো শ্ৰমিকে সেই স্থানত কাম কৰি আছিল।

উদ্ধাৰ অভিযানত ইতিমধ্যে সেই ধ্বংসাৱশেষৰ পৰা সুকলমে উলিয়াই অনা হৈছে ১২ জন শ্ৰমিক। তাৰে ভিতৰত এজনৰ মৃতদেহো উদ্ধাৰ হৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে ১৫-১৬ খন মান জেচিবি।

মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘটনা সন্দর্ভত সচেতন হৈ ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক প্রয়োজনীয় সকলো সহায় আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নির্দেশ দিছে। লগতে প্ৰত্যোকগৰাকী শ্ৰমিক উদ্ধাৰ নোহোৱা পৰ্যন্ত উদ্ধাৰ অভিযান নিৰন্তৰ অব্যাহত থাকিব বুলি কথা দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentbuilding collapsesChief Minister Yogi AdityanathMuzaffarnagartrappeduttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

Next Post
জীৱন্তে অগ্নিদ্বগ্ধ হৈ নিহত ৭, বালাজী মন্দিৰ দৰ্শন কৰি উভতি আহোতেই এই দুৰ্ঘটনা

মেষ, তুলা সহ এই ৫ ৰাশিৰ আজি  বছৰৰ দ্বিতীয়টো দিন জিলিকি উঠিব ভাগ্য, পাছে এই ৰাশিৰ আছে অশুভ কাৰক…

মেষ, তুলা সহ এই ৫ ৰাশিৰ আজি  বছৰৰ দ্বিতীয়টো দিন জিলিকি উঠিব ভাগ্য, পাছে এই ৰাশিৰ আছে অশুভ কাৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন