• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

6 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা

editor by editor
August 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আকৌ তছনছ কাশ্মীৰ, বৈষ্ণোদেৱী যাত্ৰাত ভয়ংকৰ বিপত্তি, ভূমিস্খলনত মৃত্যু ৩০গৰাকী লোকৰ, মৃতকৰ সংখ্যা বঢ়াৰ আশংকা
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰবল বৰষুণত তছনছ জম্মু-কাশ্মীৰ৷  অতিবৃষ্টিৰ ফলত ভয়াৱহ বিপৰ্যয়ৰ সন্মুখীন হৈছে স্থানীয় বাসিন্দাৰ লগতে পৰ্যটকসকলো৷ বান, হড়পা বান, ভূমিস্খলনৰ ফলত বিধ্বস্ত জম্মু আৰু কাশ্মীৰ৷ ক্ৰমে বাঢ়িছে মৃতকৰ সংখ্যা৷ এইবাৰ ভয়াৱহ দুৰ্ঘটনা ঘটিছে বৈষ্ণোদেৱী যাত্ৰাপথত৷ এই যাত্ৰাপথতেই ৩০ গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত গৈছে বহুজন৷ ভয়ংকৰ চাপত পৰিছে বহু মানুহ৷ অত্যধিক বৰষুণৰ মাজতো চলিছে উদ্ধাৰৰ কাম৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ অৰ্ধকুমাৰীৰ কাষত বৈষ্ণোদেৱীলৈ যাত্ৰাপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ প্ৰৱল বৃষ্টিৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনা ঘটিছে৷ ভূমিস্খলনত বৰ্তমান পৰ্যন্ত ৩০ গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে আৰু ২৩ গৰাকী লোক৷ বৰ্তমানো মাটিৰ তলত আৱদ্ধ হৈ আছে বহুজন৷ মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশংকা কৰিছে উদ্ধাৰকাৰী দলে৷

বৈষ্ণোদেৱী যাত্ৰাপথত হোৱা ভূমিস্খলনৰ ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ তেওঁ জনাইছে, ইতিমধ্যেই জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে ফোনত যোগাযোগো কৰিছিল৷ প্ৰাকৃতিক বিপৰ্যয়ৰ পৰিস্থিতিত ৰাজ্যৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰই৷ নিহত আৰু আহতসকলৰ কাষত থকাৰ বাৰ্তাও দিছে অমিত শ্বাহে৷

মঙলবাৰৰ পৰা বৰ্তমান পৰ্যন্ত বৰষুণ অব্যাহত আছে জম্মু-কাশ্মীৰত৷ কৰোবাত বান, কৰোবাত ভূমিস্খলন, কৰোবাত বান৷ মঙ্গলবাৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগত ধ্বংসলীলা চলিছে জম্মু আৰু কাশ্মীৰৰ জিলাই জিলাই৷ মঙ্গলবাৰে ডোডা জিলাৰ বানত একাধিক বাসিন্দাৰ মৃত্যু হৈছে৷ এই পৰিস্থিতিত বৈষ্ণোদেৱী যাত্ৰা বন্ধ ৰখাৰ ঘোষণা কৰিছিল প্ৰশাসনে৷ নিশাই বৈষ্ণোদেৱী যাত্ৰাপথত ভূমিস্খলনো হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব ৫ৰাশিৰ

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব ৫ৰাশিৰ

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.