• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

2 years ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

11 minutes ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

46 minutes ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

12 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

13 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

14 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

15 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

15 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

16 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

17 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

18 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

19 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?

editor by editor
April 26, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
গুজৰাটত কেতিয়াও মুছলমান প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে! সামাজিক, ৰাজনৈতিকভাৱে গুজৰাটত পিছপেলাই ৰখা হৈছে নেকি মুছলমান সমাজক?
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ৩৫ বছৰে গুজৰাটৰ পৰা কোনো এজন সাংসদেই লোকসভালৈ যাব পৰা নাই। আজিৰ পৰা প্ৰায় ৩৫ বছৰ পূৰ্বে ইন্দিৰা গান্ধীৰ হত্যাৰ পাছতেই সহানুভূতিৰ জোৰতেই ১৯৮৪ চনত কংগ্ৰেছৰ আহমেদ পেটেলে জয়লাভ কৰিছিল ভাৰুছ লোকসভা কেন্দ্ৰৰ পৰা। কিন্তু তাৰ পাছৰ বাৰৰ লোকসভা নিৰ্বাচনত অর্থাৎ ১৯৮৯ চনত নিৰ্বাচনত বিজেপিৰ চান্দু দেশমুখৰ হাতত তেওঁ পৰাস্ত হয়। ইয়াৰ পাছতেই বহু লোকসভা নিৰ্বাচন আহিছে, গৈছে কিন্তু গুজৰাটৰ পৰা কোনো এগৰাকীও মুছলমান প্ৰাৰ্থী লোকসভাত নিৰ্বাচিত হ’ব পৰা নাই।

২০১৪ চনৰ লোকসভা নিৰ্বাচনলৈ যদি উভতি চোৱা যায় তেন্তে দেখা যায় যে জাতীয় দলসমূহৰ মাজত কংগ্ৰেছে মাত্ৰ ১৫জন মুছলমান প্ৰাৰ্থীক প্ৰাৰ্থী কৰিছিল। কিন্তু গুজৰাটত বিজেপিয়ে কাহানিও মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে। গুজৰাটৰ মুঠ জনসংখ্যাৰ ৯.৫শতাংশ মুছলমান লোক। ১৯৬২ চনত অনুষ্ঠিত প্ৰথম লোকসভা নিৰ্বাচনত জোহৰা চাভাদা গুজৰাটৰ বানছাকান্থাৰ পৰা নিৰ্বাচিত হৈছিল। তাৰপাছতেই ১৯৭৭চনৰ নিৰ্বাচনত দুগৰাকী মুছলমান প্ৰাৰ্থী ভাৰুছ আহমেদ পেটেল আৰু আহমেদাবাদক ৰকা এহছান জাফৰি লোকসভালৈ যায়।

১৯৭৭ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ২জন মুছলমান সাংসদ লোকসভালৈ গৈছিল। সেয়াই প্ৰথম আৰু সেয়াই শেষ। তাৰপাছৰে পৰা কোনো এজনো মুছলমান প্ৰাৰ্থীয়ে গুজৰাটৰ পৰা সাংসদ হৈ লোকসভালৈ যাব পৰা নাই। অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তৰফৰ পৰা ভাৰুচ সমষ্টিৰ পৰা মাত্ৰ এজন মুছলমান প্ৰাৰ্থী নিক্ষেপ কৰা হৈছে। এই এই সমষ্টিত মুছলমান লোকৰ সংখ্যা সৰ্বাধিক। ইয়াত ১৫.৬৪ লাখ ভোটাৰৰ মাজত ২২ শতাংশ মুছলমান ভোটাৰ। উপজাতি ভোটাৰৰ সংখ্যা ৩১ শতাংশ। আহমেদাবাদ পশ্চিমত মুছলমান ভোটাৰৰ সংখ্যাৰ ২৫ শতাংশ মুছলমান ভোটাৰ।

গান্ধীনগৰত অৱস্থিত জুহাপুৰা এলেকা হৈছে সৰ্বাধিক মুছলমান অধ্যুষিত এলেকা। এই স্থানত মুছলমান জনসংখ্যা চাৰি লাখৰো অধিক। এইবাৰ গান্ধীনগৰৰ পৰা নিৰ্বাচনী যুঁজত নামিছে বিজেপিৰ সভাপতি অমিত শ্বাহ। ১৯৬২ চনৰ পৰা  বৰ্তমানলৈকে কংগ্ৰেছে মাত্ৰ ৪ জন মুছলমানক এই সমষ্টিৰ পৰা টিকট প্ৰদান কৰিছে।

এই সমগ্ৰ বিষয়ক লৈ চেন্টাৰ অফ ছচিয়েল ষ্টাডিছৰ কিৰণে দেশাইয়ে তেওঁৰ মন্তব্যত কয়, ‘গুজৰাটত মুছলমানসকল কেৱল সামাজিকভাৱেই নহয়, ৰাজনৈতিকভাৱেও পিছুৱাই আছে। ২০০২ চনত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত পৰিস্থিতি আৰু গুৰুতৰ হৈছে। এই সন্দৰ্ভত গুজৰাট বিজেপিৰ মুখপাত্ৰই কয়, ‘আমি নিজৰ দলটোক কেনেকৈ জিকাব পাৰো সেই বিষয়টোতহে ফকাছ কৰো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.