• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

2 years ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

6 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

35 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

51 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা

editor by editor
April 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই ৫ উপায়েৰে মনক শান্ত ৰাখক, জানক সাফল্যৰ গোপন কথা
0
SHARES
724
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আমি প্ৰত্যেকেই কিবা নহয় কিবা চাপতেই জীয়াই থাকো। অফিচৰ কামৰ চাপ, সংসাৰৰ দায়িত্বৰ চাপ, মানসিক বিভিন্ন চাপ আমাৰ থাকেই। ইয়াৰ ফলত আমি মানসিকভাৱে ক্লান্ত হৈ পৰো। বিভিন্ন সৰু সৰু সমস্য়াইয়ো মনত অশান্তিৰ সৃষ্টি কৰে। এই অশান্তিয়েই মনত নিগেটিভ চিন্তাভাৱনা আনে। মন অশান্ত হ’লে কোনো কামেই আমি ভালকৈ কৰিব নোৱাৰো।

এনে সমস্যাই কোঙা কৰিলে আমি প্ৰত্যেকেই এটা কথা মনত ৰখা জৰুৰী যে জীৱনত সমস্যা আহিবই। সমস্যা অবিহনে জীৱন অসম্ভৱ। কিন্তু এই সকলোবোৰ সমস্যাক উপেক্ষা কৰি যিসকলে নিজৰ কাম স্থিৰভাৱে কৰি যায় তেওঁলোকে জীৱনত সফলতা লাভ কৰে। ইয়াৰোপৰি আমি মনত ৰাখিব লাগে যে মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা কেৱল আমাৰ নিজৰ হাতত। মনক কেনেকৈ শান্ত কৰি ৰাখিব?

যোগ বা ধ্যান

আপোনাৰ মন কি প্ৰায় সকলো সময়তে অশান্ত হৈ থাকে। তেন্তে নিজৰ দৈনিক ৰুটিনত যোগভ্যাস আৰু ধ্যানক সামৰি লওক। মন শান্ত কৰাৰ সকলোতকৈ উপযোগী প্ৰক্ৰিয়া হৈছে ধ্যান কৰা। নিয়মিত ধ্যান কৰিলে মনঃসংযোগ কৰাৰ ক্ষমতা বৃদ্ধি পায়। যোগভ্য়াসে কেৱল আমাক শাৰীৰিকভাৱেই সুস্থ ৰাখে তেনে নহয় মনকো শান্ত আৰু নিয়ন্ত্ৰিত কৰি ৰাখে। নিয়মিত প্ৰাণায়াম আৰু ধ্যান কৰিলে মনৰ অৱসাদ আৰু উদ্বেগ কমে।

পজিটিভ চিন্তা

পজিটিভ চিন্তা কৰিলে মনৰ পৰা নিগেটিভ চিন্তা দূৰ হয়। কঠিন সময়ত মনক নিয়ন্ত্ৰণত ৰখা খুবেই জৰুৰী। আপুনি যদি মনক শান্ত কৰিব বিচাৰে তেন্তে মনৰ পৰা নিগেটিভ চিন্তা আঁতৰাই দিয়ক। সকলো সময়তে পজিটিভ চিন্তা কৰক আৰু আশাবাদী হওক। কোনোৱে আপোনাৰ উপকাৰ কৰিলে সেই ব্যক্তিৰ প্ৰতি কৃতজ্ঞ হওক। জীৱনৰ সুন্দৰতাৰ দিশটোত মনোযোগ দিয়ক।

স্বাস্থ্যকৰ জীৱনযাত্ৰা

স্বাস্থ্যকৰ জীৱনযাত্ৰাই আপোনাৰ জীৱনক বিভিন্নধৰণে উপকৃত কৰিব পাৰে। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে মজবুত থাকিব। পুষ্টিকৰ খাদ্য বেছিকৈ খাওক, নিয়মিত ব্য়ায়াম কৰক আৰু দিনে অন্তত ৭-৮ ঘণ্টা ভালকৈ শোৱক। মদ্য়পান, ধূমপান বৰ্জন কৰক।

অনুভূতিৰ প্ৰকাশ

নিজৰ মনৰ অনুভূতি চেপি নাৰাখিব বৰং সেয়া প্ৰকাশ কৰক। মনৰ অনুভূতি প্ৰকাশ কৰিলে মন শান্ত হয়। অন্যৰ সৈতে কথা পাতিলে মনৰ কথাবোৰ ভগাই ললে মন বহুপৰিমাণে শান্ত হয়। বহুতেই নিজৰ মনৰ কথা লিখি বা ছবি আঁকি প্ৰকাশ কৰে। আপুনি নিজৰ মনৰ অনুভূতি প্ৰকাশ কৰিবলৈ অসুবিধাৰ সন্মুখীন হলে ভাল কোনো মানসিক ৰোগৰ  চিকিৎসকৰ সৈতে কথা পাতক।

ভালপোৱা কামবোৰ কৰক

মন যদি অশান্ত থাকে তেন্তে যি কৰিলে ভাল লাগে সেই কামেই কৰক। গান শুনিব পাৰে। কিতাপ পঢ়িব পাৰে, ছবি আঁকিব পাৰে, প্ৰকৃতিৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। এনেকৈ থাকিলে আপোনাৰ মন বহুপৰিমাণে শান্ত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.