• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

3 weeks ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

2 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

2 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

2 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

3 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

4 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

5 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

6 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

6 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

7 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

8 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

editor by editor
September 18, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি, শাড়ী পিন্ধি পৰিচয় লুকাই থকা ৪ বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, লগতে বাংলাদেশলৈ বিতাড়নৰ আইনী প্ৰক্ৰিয়া চলি আছে। পশ্চিমবংগৰ পুৰুলিয়াত সংঘটিত হৈছে এই ঘটনা। পুৰুলীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এই চাৰি বাংলাদেশী নাগৰিকক।

আৰক্ষীয়ে প্ৰথমে স্থানীয় লোকৰ পৰা তথ্য লাভ কৰিছিল যে স্থানীয় ছালকা হাস্পতাল পথৰ ওচৰত এজন সন্দেহজনক লোকক দেখা গৈছে। লোকজনে এখন শাড়ী পিন্ধি চিকিৎসালয়খনত উপস্থিত হৈছিল। আৰক্ষীয়ে সেই সন্দেহজনক লোকজনক জিম্মাত লৈ জেৰা আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত তেওঁ নিজকে বাংলাদেশৰ মহম্মদ তাৰিকুল মণ্ডলৰ পুত্ৰ মহম্মদ তৌহিদ মণ্ডল বুলি পৰিচয় দিয়ে।

তদন্তকাৰী সংস্থাক জনোৱা যুৱকজনে বাংলাদেশৰ ৰাজবাৰী জিলাৰ পাংগাছাহ থানাৰ অধীনস্থ হাবাছপুৰ গাঁৱৰ বাসিন্দা বুলি জনায় ৷ তৌহিদে কেইবাজনো বাংলাদেশীৰ সৈতে ১ ছেপ্টেম্বৰত ভাৰতত অবৈধভাৱে প্ৰৱেশৰ স্বীকাৰোক্তি দিয়ে। জেৰাৰ সময়ত তৌহিদে আৰক্ষীক জনায় যে, ২০২৬ চনৰ ১ ছেপ্টেম্বৰত তেওঁ আন কেইবাজনো বাংলাদেশীৰ সৈতে নাদিয়া জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ৷ অৱশ্যে তৌহিদে শাড়ী পিন্ধি কিয় ঘূৰি ফুৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই।

তৌহিদৰ স্বীকাৰোক্তিৰ ভিত্তিত পুৰুলিয়া টাউন থানা এলেকাৰ এটা এপাৰ্টমেণ্টত তালাচী চলোৱা হয়। পৰৱৰ্তী সময়ত আৰু তিনিজন বাংলাদেশী নাগৰিকক আটক কৰি সোধা-পোছাৰ বাবে অনা হয়। এই আটাইকেইজনেই বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে। বাংলাদেশী যুৱককেইজন জাহিদ ইমন, সুমন শ্বেখ আৰু শান্তো হুছেইন। আৰক্ষীয়ে জনোৱা মতে, জাহিদ ইমন ৰাজবাৰী জিলাৰ বাসিন্দা, আনহাতে সুমন শ্বেখ আৰু শান্তো হুছেইন বাংলাদেশৰ কুষ্টিয়াৰৰ বাসিন্দা। এই আটাইকেইজনকে সম্প্ৰতি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকক বাংলাদেশলৈ বিতাড়নৰ বাবে প্ৰয়োজনীয় চৰকাৰী আৰু আইনী আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.