• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

2 years ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

6 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

1 hour ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

5 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

17 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

18 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

editor by editor
October 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে
0
SHARES
507
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

এফালে দুৰ্গা পূজাৰ উলহ মালহ, আনফালে ধুবুৰীৰ দুখন ঘৰত শোকৰ ছাঁ। দুগৰাকী মাতৃৰ বুকু শুদা কৰি গ’লগৈ ৪ কন কন শিশু। পূজা বুলি বাটৰ কাষত থিয় হৈ কিবা কিবি চাই থাকোতেই তীব্ৰবেগী বাহনে মহতীয়াই নিয়ে ৪ শিশুক। কেউটি শিশুৰ মৃত্যু।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আজি অষ্টমী-নৱমীৰ পূজা চলি থকাৰ সময়তে ধুবুৰীৰ আগমণিত সংঘটিত হয় এক অতিকে শোকাৱহ ঘটনা। আগমণি সোনাখুলি দ্বিতীয় খণ্ডৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দূৰ্ঘটনা।

পথ দুৰ্ঘটনাত ঠাইতে নিহত হয় তিনি কণমানি শিশু, লগতে এটি ৪০ দিনীয়া কেচুঁৱা গুৰুতৰভাৱে আহত হয়। তীব্ৰ বেগী বাহনৰ খুন্দাতে নিহত তিনি কণমানি শিশু। লগে লগে ততাতৈয়াকৈ কেঁচুৱাটিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সেই শিশুটিৰো।

নিহত কেউটি শিশু সোনাখুলী দ্বিতীয় খণ্ড গাঁৱৰ মৰিয়ম খাতুন (১০) জুবায়েৰ হুছেইন (৭), মেহেদী হাছান (৫) আৰু ৪০ দিনীয়া কনমানি আবু ৰিহান। পুৱা দেৱ শিশু টোক কোলাত লৈ তিনিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল। তেতিয়াই তীব্ৰ বেগত অহা কিয়া ছোনেট বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই এই পথ দুৰ্ঘটনা সংঘটিত কৰে।

খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আগমণি আৰক্ষী উপস্থিত হৈ বাহনখন নিজৰ জিম্মাত লোৱাৰ লগতে আৰু নিহত শিশু সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পথ দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী কিয়া ছোনেট বাহনখনৰ নম্বৰ AS-17 L-6331 ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AgomoniDhuburiDhuburi AccidentDhuburi Agominiroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
Next Post
২ ডিচেম্বৰৰ পৰা ৫টা ৰাশিয়ে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন লাভ কৰিব, সকলো কামনা পূৰণ হ’ব

২ ডিচেম্বৰৰ পৰা ৫টা ৰাশিয়ে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন লাভ কৰিব, সকলো কামনা পূৰণ হ’ব

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.