• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

2 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

2 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

3 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

3 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

4 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

5 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

6 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

6 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

7 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

7 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

8 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

9 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

নৰেন্দ্ৰ মোদীৰ এটা SMSতেই ৰতন টাটাই গুজৰাটক দিছিল নেনো প্ৰজেক্ট, মেছেজত কি লিখিছিল নৰেন্দ্ৰ মোদীয়ে?

editor by editor
October 11, 2024
in জীৱনশৈলী
0
টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা মাত্ৰ এছ এম এছ। নৰেন্দ্ৰ মোদীয়ে পঠোৱা এটা মাত্ৰ এছ এম এছতেই গুজৰাটত নেনো বাহন নিৰ্মাণৰ কাৰখানা তৈয়াৰ কৰি দিছিল ৰতন টাটাই। এনে কি এছ এম এছ দিছিল নৰেন্দ্ৰ মোদীয়ে যাৰ বাবে তাৎক্ষণিকভাৱে এই বাহন নিৰ্মাণৰ কাৰখানা গুজৰাটত আৰম্ভ কৰিছিল ৰতন টাটাই?

চন তেতিয়া ২০০৮। নৰেন্দ্ৰ মোদী তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী। ৰতন টাটা তেতিয়া টাটা গোষ্ঠীৰ চেয়াৰমেন। তেতিয়াই নেন কাৰখানা নিৰ্মাণৰ প্ৰস্তাৱ আহিছিল টাটালৈ। এই প্ৰস্তাৱ দিছিল এতিয়াৰ প্ৰধানমন্ত্ৰী তথা তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাটা তেতিয়া পশ্চিমবংগলৈ বিশেষ বিজনেছ মিটিঙত অংশ লবলৈ আহিছিল। টাটাৰ ভাষণ শেষ হোৱাৰ সময়তেই তেওঁলৈ এটা মেছেজ আহে। সেই মেছেজ লগে লগেই পঢ়ে। মেছেজত নৰেন্দ্ৰ মোদীয়ে টাটাক উদ্দেশ্যি লিখিছিল এনেদৰে, ‘স্বাগত, আমাৰ গুজৰাটলৈ আপোনাক আমন্ত্ৰণ জনাইছো। আমাৰ ইয়াত আপোনাৰ নেনো প্ৰজেক্ট স্থাপনৰ পৰিকল্পনা কৰিব পাৰে।’

সেই সময়ৰ এটকাৰ এছ এম এছতেই টাটাই আৰম্ভ কৰিছিল গুজৰাটত নেনো প্ৰকল্প। ২০০৮ চনৰ ৩ অক্টোবৰত পশ্চিমবংগৰ পৰা নেনো প্ৰজেক্ট আঁতৰাই গুজৰাটত পতাৰ সিদ্ধান্ত লয় ৰতন টাটাই। নৰেন্দ্ৰ মোদীৰ এছ এম এছৰ মাত্ৰ ২বছৰ পাছতেই গুজৰাটৰ সানন্দত নেনো প্লেন্ট উদ্বোধন হয়। অৰ্থাৎ ২০১০ চনত আৰম্ভ হয় এই প্ৰকল্প। দুই হাজাৰ কোটি টকা বিনিয়োগ কৰি সেই কাৰখানা তৈয়াৰ কৰে টাটাই। গুজৰাটত উদ্যোগীকৰণ আৰম্ভ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘বহু দেশত এই নেনো প্ৰজেক্ট জনপ্ৰিয় হৈ উঠিব। গুজৰাট চৰকাৰ নিশ্চিত আছিল ভৱিষ্যতে এই প্ৰকল্প দেশৰ বাহিৰলৈ যাব।’ ২০১০ চনত বজাৰলৈ প্ৰথমে নেনো গাড়ী আহে। গুজৰাট চৰকাৰক ধন্যবাদ জনাই তেতিয়া ৰতন টাটাই কৈছিল, ‘নেনো প্লেণ্ট তৈয়াৰৰ বাবে আমি বিকল্পৰ সন্ধানত আছিলো। শান্তি আৰু সম্প্ৰীতিৰ স্থানৰ সন্ধান কৰিছিলো। যি সময়ত গুজৰাট চৰকাৰে আমাক এই স্থান দিবলৈ আগবাঢ়ি আহিল আমি লগে লগেই সন্মতি দিলো। তেনে ঠাই আমি বিচাৰিছিলো। এই প্ৰকল্প টাটাৰ নহয় এই প্ৰকল্প তেওঁলোকৰো। আমাৰ ওপৰত ভৰষা ৰখাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ।’ আৰম্ভণি ধুমধামেৰে হলেও এই প্ৰকল্প তথা নেনো বাহন নিৰ্মাণ বন্ধ কৰে ৰতন টাটাই। ২০১৮ চনত এই বাহনৰ নিৰ্মাণ বন্ধ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

September 28, 2026
Next Post
পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি অথচ নিজৰ নামত মাত্ৰ ইমান টকাহে আছিল টাটাৰ

হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি অথচ নিজৰ নামত মাত্ৰ ইমান টকাহে আছিল টাটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.