• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

2 years ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

5 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

34 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

50 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

editor by editor
October 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূজাৰ আনন্দ উলাহৰ মাজতে দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে মেৰাপানীৰ এগৰাকী জোৱানে

ৰাজ্যবাসী পূজাৰ আনন্দ উলাহত মতলীয়া হৈ থকাৰ সময়তে গোলাঘাট জিলাৰ মেৰাপানীত সংঘটিত হৈছে এক সন্দেহজনক হত্যাকাণ্ডৰ ঘটনা। মেৰাপানীৰ পুলিবাগান এলেকাত দুই পত্নীৰ হাতত প্ৰাণ হেৰুৱালে সেনা জোৱান হিচাপে কাম কৰা স্বামীয়ে। দুই পত্নীৰ বিৰুদ্ধে সেনা জোৱান স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, অৰুণাচল প্ৰদেশত কৰ্মৰত সেনা বাহিনীৰ জোৱান বেনুধৰ বৰা এমাহ পূৰ্বে চুটিত ঘৰলৈ বুলি আহিছিল। কিন্তু যোৱা নিশা নিজ গৃহতে হঠাৎ মৃত্যুমুখত পৰে । আত্মীয় স্বজন তথা ওচৰ চুবুৰীয়াই বেনুধৰ বৰাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি অভিযোগৰ আঙুলি উঠিছে মৃতকৰ দুই পত্নীলৈ।

কিয়নো দুই পত্নী ক্ৰমে ময়ুৰী বৰা আৰু পিংকু বৰায়ে দীৰ্ঘদিনৰ পৰা স্বামী বেনুধৰ বৰাৰ ওপৰত শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই আহিছিল। তাতোকৈ ডাঙৰ চাঞ্চল্যকৰ কথা যে, দুই পত্নী সমকামী বুলি প্ৰশ্ন উত্থাপন কৰিছিল স্বামীয়ে।

অভিযোগ অনুসৰি দুই পত্নীৰ সমকামিতাৰ সম্পৰ্কত স্বামী বেনুধৰ বৰা হেঙাৰ হোৱাৰ বাবেই স্বামীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল বুলি জানিব পৰা গৈছে। সেয়েহে প্ৰায়ে চুটিত ঘৰলৈ আহিলে নিজ গৃহৰ পৰিবৰ্তে জ্যোষ্ঠ ভগ্নীৰ ঘৰত আশ্ৰয় লৈছিল সেনা জোৱান বেনুধৰ বৰাই।

উল্লেখযোগ্য যে, বেনুধৰ বৰাৰ প্ৰথমা পত্নীয়েই জোৰ কৰি স্বামীৰ দ্বিতীয় বিবাহ কৰাইছিল। বেনুধৰ বৰাই মৃত্যুৰ সময়ত প্ৰথমা পত্নীৰ ফালৰ পৰা দুই পুত্ৰ, কন্যা সন্তানক এৰি থৈ গৈছে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Golaghat Wife Killed HusbandsMerapanimurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি অথচ নিজৰ নামত মাত্ৰ ইমান টকাহে আছিল টাটাৰ

হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি অথচ নিজৰ নামত মাত্ৰ ইমান টকাহে আছিল টাটাৰ

UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.