• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

2 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

2 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

2 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

3 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

4 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

4 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

6 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

7 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

এক অতিকে শোকাৱহ ঘটনা। ৪০০ বছৰীয়া পুৰণি দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৭ গৰাকী লোকে। তাতোকৈ শোকৰ কথা মৃত্যুমুখত পৰা ৭ লোকৰ ৫ গৰাকীয়েই একেটা পৰিয়ালৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দতিয়াত।

দতিয়া জিলাত ৰাজগড় দুৰ্গৰ বাহিৰৰ দেৱাল ভাঙি ৭ জন লোকৰ মৃত্যু। দেৱাল খন ৪০০ বছৰীয়া পুৰণি বুলি জানিব পৰা গৈছে। চুবুৰীয়া লোক এজনে ঘটনা সন্দৰ্ভত জনোৱা মতে, আজি ১২ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৩.৩০ মান বজাত অতি প্ৰচণ্ড শব্দ শুনা যায়। ওলাই আহোঁতে লোকজনে দেখে যে দুৰ্গৰ বেৰখন খহি গৈছে। সেই খহি পৰা দেৱালৰ ভগ্নাংশৰ তলত আৱদ্ধ হৈ পৰে কেইবাগৰাকী লোক।

লগে লগে অন্য কেইবাজনো লোকৰ সহায়ত সেই ভগ্নাংশৰ পৰা দুজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে ঘটনা সন্দৰ্ভত আপক্ষীকো খবৰ কৰে। আৰক্ষীয়ে খবৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ লগতে উদ্ধাৰকাৰ্যতো লেহেমীয়া কৰে বুলি স্থানীয় লোকৰ অভিযোগ। পুৱা ৮ বজালৈ মৃতদেহ কেইটা উদ্ধাৰ নকৰাত একপ্ৰকাৰৰ হুলস্থুলৰ সৃষ্টি হয়।

উল্লেখ্য যে, জিলাখনত বিগত বহু সময় ধৰি নেৰানেপেৰা বৰষুণৰ ফলতে তেনে এক দুৰ্ঘটনা সংঘটিত হয় আৰু প্ৰাণ হেৰুৱাই ৭ গৰাকীকৈ লোকে। বৰ্তমানে গাঁওখনত শোকৰ ছাঁ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentDatiyamadhya pradeshWall Collapse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত

কাজু আৰু আলমণ্ড খাইনে! এইবিধ ৰোগৰ ক্ষেত্ৰত বিষাক্ত হব পাৰে, পঢ়ক সবিশেষ

কাজু আৰু আলমণ্ড খাইনে! এইবিধ ৰোগৰ ক্ষেত্ৰত বিষাক্ত হব পাৰে, পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.