• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই…

কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই…

4 years ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

6 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

38 minutes ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

1 hour ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

2 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

3 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

4 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

5 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

7 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

8 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই…

editor by editor
November 25, 2022
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই…
0
SHARES
41.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পাইলছ এটি গুৰুতৰ অসুখ। এই ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। সম্পূৰ্ণৰূপে এই ৰোগ নিৰ্মূল কৰিব পৰা যায়নে? এই ৰোগত আক্ৰান্ত ৰোগীয়ে কেনে খাদ্য গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে চিকিৎসকে দিছে বিশেষ খাদ্যৰ তালিকা। কেইবিধমান ফলে এই ৰোগীৰ বাবে মহৌষধৰ কাম কৰে।

দৈনিক কল খাওক

দৈনন্দিন কল খোৱাটো পাইলচ ৰোগীৰ বাবে মহৌষধ। এই ফলত বহু পৰিমানে ডায়েটৰী ফাইবাৰ থাকে। ফাইবাৰে শৰীৰক সুস্থ ৰখাত সহায় কৰে। বাউৱেল মুভমেণ্ট ঠিক ৰখাত সহায় কৰে। কল খালে দেহত প্ৰয়োজনীয় শক্তি পোৱা যায়। ইয়াৰোপৰি কলত পটাছিয়াম, ভিটামিন চি, মেগনেছিয়াম আদি থাকে। অৰ্শ ৰোগ থাকিলে দৈনিক এটা বা দুটাকৈ কল কোৱাটো শৰীৰৰ বাবে উপকাৰী।

আনাৰসে পাইলছ দুৰীকৰণত সহায় কৰে

আনাৰস গ্ৰীষ্মৰ ফল। এই ফল শীতকালত পোৱা নাযায়।এই ফল উপলব্ধ হোৱাৰ সময়ত খোৱাটো দৰকাৰ। কিয়নো আনাৰসত প্ৰচুৰ পৰিমানে ফাইবাৰ থাকে। এই ফলে কুষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি আনাৰসত ভিটামিন চি, ভিটামিন বি ছিক্স, আয়ৰণ আদি থাকে।

আপেল

আপেল বছৰৰ প্ৰায় প্ৰতিসময়তে উপলব্ধ হোৱা এবিধ ফল। এই ফলক শৰীৰ সুস্থ ৰখাৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ফলৰ শাৰীত ধৰা হয়। আপেলতো ফাইবাৰ থাকে। ইয়াৰোপৰি আপেলত ভিটামিন চি, মেগনেছিয়াম থাকে। এই ফলে পাইলছ ৰোগীক সকাহ দিয়ে বুলিও চিকিৎসকে প্ৰকাশ কৰিছে।

মধুৰীআম

মধুৰীআমতো প্ৰচুৰ পৰিমানে ফাইবাৰ থাকে। এই ফাইবাৰ পাইলছ ৰোগীৰ বাবে খুবেই দৰকাৰী। দৈনিক এটাকৈ মধুৰীআম খালে শৰীৰত বহু পৰিমানে ফাইবাৰ বাঢ়ি যায়। যাৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যা কমি আহে। মধুৰীআমতো ভিটামিন চি, ভিটামিন বি ছিক্স, মেগনেচিয়াম থাকে।

তৰমূজ
তৰমূজো নিয়মীয়াকৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী। ইয়াতো ফাইবাৰ থাকে। তৰমূজত প্ৰচুৰ পৰিমানে পানী থাকে। পানী শৰীৰৰ বাবে উপকাৰী। এই ফলতো ভিটামিন চি, মেগনেছিয়াম, পটাছিয়াম থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

July 28, 2026
Next Post
পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই হ’ল নতুন পাক সেনাপ্ৰধান… সেনাপ্ৰধান মুনিৰৰ কেইটিমান অজানা কথাই ভবাই তুলিব আপোনাক!

পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই হ’ল নতুন পাক সেনাপ্ৰধান... সেনাপ্ৰধান মুনিৰৰ কেইটিমান অজানা কথাই ভবাই তুলিব আপোনাক!

প্রভাৱশালী কয়দীৰ যৌন ইচ্ছা পুৰণ কৰিব লাগে সাধাৰণ কয়দীয়ে! সাধাৰণ কয়দীক ইচ্ছাৰ বিৰুদ্ধে কোনে বাধ্য কৰোৱাই সম্ভোগৰ বাবে?

প্রভাৱশালী কয়দীৰ যৌন ইচ্ছা পুৰণ কৰিব লাগে সাধাৰণ কয়দীয়ে! সাধাৰণ কয়দীক ইচ্ছাৰ বিৰুদ্ধে কোনে বাধ্য কৰোৱাই সম্ভোগৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.