• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাকত খুন্দা মাৰি উফৰি গৈ ৩৫ যাত্ৰী ভৰ্তি বাছ বাগৰিল খাৱৈত, থিতাতে নিহত ৫, সংকটজনক বহুতো

9 months ago
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

1 hour ago
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

4 hours ago
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

5 hours ago
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

6 hours ago
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

8 hours ago
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

9 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰাকত খুন্দা মাৰি উফৰি গৈ ৩৫ যাত্ৰী ভৰ্তি বাছ বাগৰিল খাৱৈত, থিতাতে নিহত ৫, সংকটজনক বহুতো

editor by editor
February 18, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ট্ৰাকত খুন্দা মাৰি উফৰি গৈ ৩৫ যাত্ৰী ভৰ্তি বাছ বাগৰিল খাৱৈত, থিতাতে নিহত ৫, সংকটজনক বহুতো
0
SHARES
837
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাকত খুন্দা মাৰি উফৰি গৈ ৩৫ যাত্ৰী ভৰ্তি বাছ বাগৰিল খাৱৈত, থিতাতে নিহত ৫, সংকটজনক বহুতো

পঞ্জাৱ জিলাৰ ফৰিদকোট-কোটকাপুৰা পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাছ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষ ইমানেই প্ৰবল যে বাছখনে ভাৰসাম্য হেৰুৱাই উফৰি গৈ ৰেলিং ভাঙি খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাৰ সময়ত বাছখনত ৩৫ গৰাকী যাত্ৰী আছিল। যাত্ৰীৰে ভৰা বাছখন খাৱৈত বাগৰি পৰাত যাত্ৰীসকলৰ মাজত চিঞৰ বাখৰ লাগে।

এই দুৰ্ঘটনাত ঘটনাস্থলীতে ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য কেউজন তথা ৩০ জন যাত্ৰী কম-বেছি পৰিমানে আহত হৈছে। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক।

দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৰাইজৰ সহায়ত সকলো লোককে উদ্ধাৰ কৰে। আনহাতে আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৃত্যু হোৱাসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। আহতসকলৰ চিকিৎসা অব্যাহত আছে। এছ এছ পি ডাঃ প্ৰজ্ঞা জৈনে কয় যে বৰ্তমান সময়ত আঘাতপ্ৰাপ্ত ৰোগীৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

জানিব পৰা অনুসৰি, আজি পুৱা আবোহৰৰ পৰা শ্ৰী অমৃতসৰ চাহাবলৈ যাবলৈ ৩৫ গৰাকী লোক এখন ব্যক্তিগত বাছেৰে ৰাওনা হৈছিল। কিন্তু কোটকাপুৰাৰ পৰা ফৰিদকোটলৈ আহি থকা অৱস্থাত বাছখনে চেমনালেৰ সমীপত সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে প্ৰচন্দ জোৰে খুন্দা মাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Punjab Bus accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট
জীৱনশৈলী

November 10, 2025
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

November 10, 2025
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?
জীৱনশৈলী

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

November 10, 2025
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত
জীৱনশৈলী

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

November 10, 2025
Next Post
ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক

ৰাহুৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে সমস্যা বঢ়াব ৫ ৰাশিৰ, সাৱধানে দিব প্ৰতিটো খোজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন