• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

8 months ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

7 mins ago
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

31 mins ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

1 hour ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

6 hours ago
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

7 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

24 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

1 day ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

1 day ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্মত মৃত্যুৰ পাছত স্বৰ্গ আৰু নৰকৰ অস্তিত্বৰ কথা কোৱা হয়। প্ৰত্যেক মানুহেই জীৱনকালতেই হওক বা মৃত্যুৰ পাছতেই হওক নিজৰ কৰ্মফল ভোগ কৰে। জীৱনকালত ভাল কাম কৰিলে মৃত্যুৰ পাছত স্বৰ্গসুখ লাভ কৰে, আৰু জীৱন কালত বেয়া কাম কৰিলে মৃত্যুৰ পাছত নৰকলৈ যায় বুলি বিশ্বাস। বাচি থাকোতে এজন মানুহে কি কি পূণ্য বা পাপ কৰিলে পাছত নৰকলৈ যায়? শিৱ পুৰাণ, স্কন্দ পুৰাণ আৰু কূৰ্ম পুৰাণত ৫টা মহাপাপৰ কথা উল্লেখ আছে। জীৱনকালত সেই ৫টা পাপ কৰিলে নৰকত চৰম শাস্তি ভোগ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু এই ৫মহাপাপ কি কি?

ভ্ৰূণহত্যা

মাতৃগৰ্ভত ভ্ৰূণহত্যা কৰা মহাপাপ বুলি হিন্দু শাস্ত্ৰই কয়। সেয়ে ভুলবশতো সেই কাম কৰিব নালাগে। এই পাপৰ শাস্তি অতি ভয়ানক হয়। কেৱল মৃত্যুৰ পাছতেই নৰকলৈ যায় তেনে নহয়, ভ্ৰূণহত্যাৰ শাস্তি হিচাপে জীৱনকালতেই যন্ত্ৰণা ভোগ কৰিব লগা হ’ব পাৰে।

অপৰিচিত ব্যক্তিৰ সৈতে সহবাস

শাস্ত্ৰই কয় যে অপৰিচিত কোনো ব্যক্তিৰ সৈতে সহবাস কৰাটো মহাপাপ। এই কাম যিসকলে কৰে তেওঁলোকে মৃত্যুৰ পাছত নিশ্চিতভাৱে নৰক যন্ত্ৰণা ভোগ কৰে। শাস্ত্ৰ অনুসৰি শৰীৰৰ টানত বা অন্য কোনো প্ৰলোভনত কোনো অপৰিচিক পুৰুষ বা নাৰীৰ সৈতে সহবাস কৰাটো অনুচিত।

সোণ চুৰ কৰা

শাস্ত্ৰ অনুসৰি কাৰোৰে সোন চুৰি কৰাটো মহাপাপ। কাৰণ সোনক লক্ষ্মী হিচাপে ধৰা হয়। এই পাপৰ চৰম শাস্তি অৱশ্যেই নৰকত পায়েই।

ঘৰ ভঙা

কাৰোবাৰ ঘৰ ভঙা অত্যন্ত গৰ্হিত কাম। মৃত্যুৰ পাছত এই পাপৰ শাস্তি সকলোৱে ভোগ কৰে। ইচ্ছা কৰি কাৰোবাৰ ঘৰত কাজিয়া লগোৱা অনুচিত। কাৰোবাৰ ঘৰত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাটো মহাপাপ। কাৰোবাৰ সংসাৰ নষ্ট কৰি দিলে মৃত্যুৰ পাছত নিজৰ কৰ্মফল হিচাপে নৰক যন্ত্ৰণা লাভ কৰিব।

প্ৰতাৰণা

কেতিয়াও ভুলতেও কাকো প্ৰতাৰণা কৰিব নালাগে। আপোনাক বিশ্বাস কৰা কোনো লোকক আপুনি প্ৰতাৰণা কৰিলে তাৰ শাস্তি ভোগ কৰিবই। অৰ্থ, সম্পত্তি বা অন্য কোনো কাৰণত কেতিয়াও কাকো প্ৰতাৰণা কৰা উচিত নহয়। নৰকত এই পাপৰ শাস্তি অতি ভয়ানক বুলি পুৰাণত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?
জীৱনশৈলী

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

July 12, 2025
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
Uncategorized

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

July 12, 2025
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত
জীৱনশৈলী

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

July 12, 2025
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

July 12, 2025
Next Post
ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.