• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

9 months ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

6 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

6 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

6 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

7 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

8 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

9 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

10 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

11 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

11 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

12 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

13 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?

editor by editor
November 4, 2025
in জীৱনশৈলী
0
কাইলৈ লক্ষ্মীলাভ কৰিব ৩ ৰাশিৰ জাতকে, কাৰ কাৰ শুভ সময় আৰম্ভ হ’ব?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ নৱেম্বৰ, ২০২৫ বুধবাৰ৷ কেলেণ্ডাৰ অনুসৰি কাতি মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত দেৱ দীপাৱলি উদযাপিত হয়৷ এই দিনটোত ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ পূজা কৰা হয়৷ জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা এই বছৰৰ দেৱ দীপাৱলি অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ চন্দ্ৰই মেষ ৰাশিত অৱস্থান কৰিব৷ শনি মীন ৰাশিত বক্ৰী হব৷ বৃহস্পতিয়ে তাৰ উচ্চ ৰাশিত গৈ হংস ৰাজযোগৰ সৃষ্টি কৰিব৷ শুক্ৰইয়ো নিজৰ তুলা ৰাশিত অৱস্থান কৰিব৷ ৰাহুৱে কুম্ভ ৰাশিত থাকিব আৰু মঙ্গলে বৃশ্চিক ৰাশিত ৰুচক ৰাজযোগ সৃষ্টি কৰিব৷ তুলা ৰাশিত সূৰ্য আৰু শুক্ৰই একেলগে শুক্ৰাদিত্য যোগ সৃষ্টি কৰিছে৷ তদুপৰি সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগো তৈয়াৰ হব৷ জানি থওক দেৱ দীপাৱলিত এই শুভ যোগসমূহৰ কাৰণে কোন কোন ৰাশিৰ জাতকৰ ভাল সময় আৰম্ভ হব?

মেষ ৰাশি

দেৱ দীপাৱলিত তৈয়াৰি এই শুভ যোগসমূহ মেষ ৰাশিৰ জাতকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ আৰ্থিক ক্ষেত্ৰত ইতিবাচক ফলাফল দেখা যাব৷ আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব৷ সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰতো লাভৱান হব৷ দীৰ্ঘদিনৰ অমীমাংসিত প্ৰকল্পসমূহ সম্পন্ন হব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আপুনি যদি বিনিয়োগৰ কথা ভাৱিছে তেন্তে এই সময় অনুকূল সময়৷ পৰিয়ালৰ মাজত আনন্দৰ পৰিবেশ থাকিব আৰু আপুনি কিছু সু সংবাদ পাব পাৰে৷

কৰ্কট ৰাশি

এই দীপাৱলিত কৰ্কট ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিশেষভাৱে বৰ্ষিত হব৷ হঠাৎ আৰ্থিক লাভ আৰু সম্পদ বৃদ্ধিৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পদোন্নতি বা সন্মান পাব পাৰে৷ পাৰিবাৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু আপোনাৰ সিদ্ধান্ত ভৱিষ্যতে অত্যন্ত লাভজনক প্ৰমাণিত হব৷ আৰ্থিক স্থিতিশীলতা আৰ্জিত হব৷ দীৰ্ঘদিনৰ বিৰোধৰ সমাধান হব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিত জাতক জাতিকাৰ কেৰিয়াৰত নতুন উজ্জ্বলতা কঢ়িয়াই আনিব দেৱ দীপাৱলি৷ ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা আহিব আৰু পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰৱল৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ ঘৰতো শুভ ঘটনা ঘটিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰজেক্টসমূহে এই সময়ত গতি পাব৷ কেৰিয়াৰত উন্নতিৰ বাবে নতুন সুযোগ তৈয়াৰ হব৷ ছাত্ৰছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেনে ব্যক্তিৰ বাবে অত্যন্ত শুভ সময়৷ তেওঁলোকে পিতৃ মাতৃৰ পৰা আশীৰ্বাদ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.