• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

4 days ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

3 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

4 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

5 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

6 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

7 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

1 day ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?

editor by editor
November 4, 2025
in জীৱনশৈলী
0
অৱসৰ জীৱন একেবাৰেই নিশ্চিন্ত! অষ্টম দৰমহা কমিছনত পেঞ্চনাৰৰ বাবে আছে ভাল খবৰ, ২৫,০০০ পেঞ্চনভোগীয়ে পাব নেকি ৫০,০০০?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে নতুন দৰমহা কমিছন অৰ্থাৎ অষ্টম দৰমহা কমিছনক সেউজ সংকেত দিছে৷ নতুন দৰমহা কমিছনক আগন্তুক ১৮ মাহ বা ডেৰ বছৰৰ সময়সীমা কেন্দ্রি বান্ধি দিছে এই বিষয়ত৷ ন্যায়াধীশ ৰঞ্জনপ্ৰকাশ দেশাইক এই নতুন দৰমহা কমিছনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে৷ এইবাৰ আশাৰ কথা এটাই যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকল বা অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ পেনছন বৃদ্ধি পাব? কিন্তু কিমান বাঢ়িব পাৰে দৰমহা?
৩০ অক্টোবৰ ২০২৫ পৰ্যন্ত সমগ্ৰ দেশত মুঠ পেঞ্চনভোগীৰ সংখ্যা ৬৮.৭২ লাখ৷ যাৰ মাজত ছিবিল, ৰে’ল, প্ৰতিৰক্ষা, ডাক, টেলিকম বিভাগো আছে৷ আৰু কেন্দ্ৰীয় চৰকাৰী কৰ্মীৰ মুঠ সংখ্যা বৰ্তমান ৫০লাখ৷ ফিটমেণ্ট ফেক্ট গুণিতক আকাৰত নিৰ্ণিত হৈ থাকে সাধাৰণতে৷ যাৰ কাৰণেই পুৰণি দৰমহাৰক্ৰমৰ সৈতে নতুন দৰমহা পৰিকাঠামো তৈয়াৰ হৈ থাকে৷ সপ্তম দৰমহা কমিছনৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ আছিল৷ যদি কোনো কৰ্মীৰ বেছিক পে ১০,০০০ টকা হয় তেন্তে তেওঁৰ এইবাৰ দৰমহা হ’ব ২৫,০০০ টকা৷ অষ্টম দৰমহা কমিছনত ৩.০ বা ৩.৬৮ পৰ্যন্ত বৃদ্ধি হব পাৰে৷
পুৰণি পেঞ্চন ২০,০০০ টকা যাৰ তেওঁলোকৰ ৫০শতাংশ বৃদ্ধি হলে পেঞ্চনভোগীয়ে পাব ৪০,০০০ টকা৷ পুৰণি ফিটমেণ্ট ফেক্টৰ ২.৫৭, নতুন বেছিক পে ১,০২,৮০০ টকা, নতুন পেঞ্চন হব ৬০,০০০ টকা৷ যদি ফিটমেণ্ট ফেক্টৰ ৩.৬৮ হয় তেতিয়া নতুন পে মতে ১৪৭,২০০ টকা দৰমহা হব আৰু নতুন পেঞ্চন হ’ব ৭৩,৬০০ টকা৷ ইয়াৰ অৰ্থ পৰিষ্কাৰ যে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হলে পেঞ্চন দ্বিগুণ বা তাতকৈ বেছি হব পাৰে৷ মহাৰ্ঘ ভাট্টা বা পেঞ্চনত এক নিৰ্দিষ্ট শতাংশ হিচাপে দিয়া হয়৷ আৰু ডি আৰৰ মূল্য নিজেই বৃদ্ধি পায়৷ যেনে পুৰণি পেঞ্চন ২০০০০ টকা৷ DR ২০%= ৪,০০০ টকা৷ নতুন পেঞ্চন ৩০,০০০ টকা DR ২০% = ৬,০০০ টকা ৷ ফেমেলি পেঞ্চন “Income from Other Sources” ইয়াত কৰযোগ্য, ইয়াৰ পৰিমাণ ১৫,০০০ টকাৰ মাজত কৰহীন হৈ থাকে৷ ইয়াৰ ওপৰত টকাৰ পৰিমাণৰ ওপৰৰ স্তৰ অনুসৰি কৰ ধাৰ্য কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

ৰাস পূৰ্ণিমাত সিদ্ধি যোগৰ সৈতে ধন যোগ, বছৰৰ শেষত দুৰ্দান্ত লাভ কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন