• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰে নেকি এই ৫ কাম, তাতে আৰু পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰি, তেন্তে আজিয়েই হৈ যাওক সাৱধান

কৰে নেকি এই ৫ কাম, তাতে আৰু পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰি, তেন্তে আজিয়েই হৈ যাওক সাৱধান

1 year ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

8 minutes ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

29 minutes ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

55 minutes ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

1 hour ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

2 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

2 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

3 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

3 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

5 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

6 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

7 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৰে নেকি এই ৫ কাম, তাতে আৰু পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰি, তেন্তে আজিয়েই হৈ যাওক সাৱধান

editor by editor
July 27, 2025
in বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কৰে নেকি এই ৫ কাম, তাতে আৰু পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰি, তেন্তে আজিয়েই হৈ যাওক সাৱধান
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰে নেকি এই ৫ কাম, তাতে আৰু পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰি, তেন্তে আজিয়েই হৈ যাওক সাৱধান

বৰ্তমান সময়ত বহু লোকৰে মৃত্যুৰ কাৰণ হাৰ্ট একেট বুলি শুনিবলৈ পোৱা যায়। বয়োবৃদ্ধৰ পৰা আৰম্ভ কৰি সফল ডেকা আনকি সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰটো হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। সামান্য কষ্টকৰ কাম কৰিলেই হাৰ্ট একেট হৈ মৃত্যু হোৱাৰ খবৰ ভাইৰেল হৈ আছে।

পাছে কিছু এনে কাম আছে যাৰ জৰিয়তেও হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিয়ে। চিকিৎসকে কয়, যিসমূহ পৰিয়ালত পূৰ্বে হাৰ্টৰ ৰোগী আছে তেওঁলোকৰ হাৰ্ট এটেকৰ আশংকা খুবেই বেছি৷

প্ৰকৃততে হৃদৰোগ এটা জেনেটিক ৰোগ৷ এই ৰোগ DNAৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাগৰে৷ আপোনাৰ পৰিয়ালতো যদি কোনো হাৰ্টৰ ৰোগী থাকে তেন্তে সেই পৰিয়ালৰ অন্যান্য সদস্যসকলেও পূৰ্বৰে পৰাই সাবধান হোৱাটো ভাল৷

পৰিয়ালত হাৰ্ট এটেকৰ ইতিহাস থাকিলে আপুনি ধুমপান কৰা এতিয়াৰে পৰাই বন্ধ কৰক৷ কাৰণ চিগাৰেটত থকা নিকোটিনে তেজ ঘন কৰে যিয়ে হাৰ্ট দুৰ্বল কৰে৷ সেয়ে সতৰ্ক হোৱা খুবেই জৰুৰী৷

শাৰীৰিক কাৰ্যকলাপ এটা সুস্থ জীৱনধাৰাৰ অংশ৷ মেদ বৃদ্ধি পালেহে বেছিভাগ মানুহে শাৰীৰিক কাৰ্যকলাপ আৰম্ভ কৰে৷ কিন্তু হাৰ্ট সক্ৰিয় কৰি ৰাখিবলৈ আৰু শৰীৰৰ অন্যান্য অংগৰ স্বাস্থ্যৰ বাবেও ব্যায়াম অতি গুৰুত্বপূৰ্ণ৷ হাৰ্ট এটেকৰ পাৰিবাৰিক হিষ্ট্ৰি থাকিলে শাৰীৰিক ক্ৰিয়াক অৱহেলা নকৰিব৷

যিসকলে এলক’হল পান কৰে তেওঁলোকৰ মাজত কৰ্কটৰ আশংকাও বাঢ়ি যায়৷ ইয়াৰোপৰি ই হাৰ্টৰো যথেষ্ট ক্ষতি কৰে৷ হৃদস্পন্দনৰ তীব্ৰতা ইয়াৰ ইংগিত৷ সেয়ে সতৰ্ক হোৱাটো জৰুৰী৷

চৰ্বি শৰীৰৰ বাবে অপৰিহাৰ্য৷ কিন্তু অতিৰিক্ত পৰিমাণে অস্বাস্থ্যকৰ চৰ্বি, যি জাংক ফুড আৰু ভজা খাদ্যৰ পৰা আহে, সি হাৰ্টৰ সমস্যা সৃষ্টি কৰিব পাৰে৷ চৰ্বিত কলষ্টেৰল বৃ্দ্ধি হ’লে হৃদৰোগৰ আশংকাও বাঢ়ি যায়৷ কলষ্টেৰলৰ মাত্ৰা বাঢ়িলে শৰীৰৰ ওজন বাঢ়ি যায় আৰু হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়।

মানসিক চাপৰ প্ৰভাৱ কেৱল মস্তিষ্কতেই সীমাবদ্ধ নাথাকে, ই হৃদপিণ্ডকো দুৰ্বল কৰে৷ এনে পৰিস্থিতিত মানসিক চাপ কমোৱা আৰু সঠিকভাৱে নিজকে পৰিচালন কৰাটো জৰুৰী৷

যিসকলৰ ডায়বেটিছ থাকে তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও স্বাভাৱিক মানুহৰ তুলনাত দুইৰ পৰা তিনিগুণ বেছি৷ ডায়বেটিছৰ পাছতেই উচ্চ ৰক্তচাপ হাৰ্ট এটেকক সকলোতকৈ ডাঙৰ কাৰণ৷

সেয়ে হাৰ্ট একেটৰ পৰা ৰক্ষা পাবৰ বাবে আজিয়েই আৰম্ভ কৰক এই কেইটা কাম। লগতে নিজৰ পৰা আঁতৰাই ৰাখক অখাদ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthhealth tipsHeart Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
Next Post
আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.